চৰকাৰৰ বিৰুদ্ধে কিয় ক্ষুব্ধ হৈছে পানী যোগান আঁচনিৰ ( পি এইচ ই)ৰ অস্থায়ী কৰ্মচাৰী সকল।

 চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে জনস্বাস্থ কাৰিকৰী বিভাগৰ একাংশ অস্থায়ী কৰ্মীয়ে। 

✍️দীৰ্ঘদিন ধৰি অস্থায়ী হিচাপে কৰ্মৰত এই কৰ্মচাৰী সকলক জল মিত্ৰ হিচাপে নিয়োগ কৰিব বিচৰা কাৰ্যক তীব্ৰ বিৰোধিতা।

✍️ পানী যোগান আঁচনিৰ পৰিচালনা সমিতিৰ অধীনত কাম কৰিবলৈ অস্বীকাৰ এই সকল কৰ্মচাৰীৰ। 

✍️ চৰকাৰক চাকৰি নয়মীয়াকৰণৰ আহ্বান অস্থায়ী কৰ্মী সকলৰ।