সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা সোণাৰি মহাবিদ্যালয়ত আজি এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। অসমীয়া বিভাগৰ দ্বাৰা প্ৰকাশিত দৈনিক লেখা নামৰ পত্ৰিকা খন উন্মোচন কৰে সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈয়ে। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° ৰঘুনাথ কাগয়ুঙে আঁতধৰা উন্মোচনী অনুষ্ঠানত বিভাগটোৰ অধ্যাপিকা ড° ৰীতা দত্ত, কেশৱী ভূঞাৰ লগতে বহু কেইগৰাকী লোক উপস্থিত থাকে। উল্লেখ্য যে এই পত্ৰিকা খনত ছাত্ৰ-ছাত্ৰীৰ দৈনিক লেখা সমূহ প্ৰকাশ হয় নিয়মীয়াকৈ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
यूक्रेन जंग के बीच PM मोदी कीव पहुंचे:दो साल में तीसरी बार जेलेंस्की से मिलेंगे
रूस-यूक्रेन जंग की शुरुआत के ढाई साल बाद प्रधानमंत्री मोदी यूक्रेन की राजधानी कीव पहुंच गए हैं।...
বৰপথাৰত অবৈধ চুলাই ভাটি উচ্ছেদ; বৃহৎ পৰিমাণৰ চুলাই ধ্বংস
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত গেলাবিলৰ নাহৰবাৰীত বুধবাৰে আবকাৰী...
સુરત મહાનગરપાલિકા દ્વારા બધીરીમન બાળકોનો બાળમેળાનું આયોજન કરવામાં આવ્યું હતું.
સુરત મહાનગરપાલિકા દ્વારા બધીરીમન બાળકોનો બાળમેળાનું આયોજન કરવામાં આવ્યું હતું.
प्रधानमंत्री मोदी के आगमन पर आजमगढ़ जनपद में सुरक्षा मजबूत।
जनपद आजमगढ़ में, प्रधानमंत्री नरेंद्र मोदी के आजमगढ़ में। आगमन पर उनकी सुरक्षा अभेद होगी। पुलिस...