ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল সোণাৰিৰ এটা পৰিয়াল। সোণাৰিৰ নামতোলা ৰোডস্থিত এটা ভাড়াঘৰত বাস কৰা মানিক সাহা আৰু নীৰজ দেৱীৰ পৰিয়ালটো সৌভাগ্যক্ৰমে ৰক্ষা পৰিল ভয়ংকৰ বিপদৰ পৰা। তথ্য অনুসৰি পানী গৰম কৰিবলৈ লওঁতেই গেছ চিলিণ্ডাৰটো অকস্মাৎ বিজুতি ঘটাত চৌকাত দপদপাই জুই জ্বলি উঠে। ইয়াৰ পৰিপ্ৰেক্ষিতত নীৰজ দেৱী নামৰ মহিলা গৰাকীয়ে কোলাত কেঁচুৱা লৈ থকা অৱস্থাৰেই জুই নিৰ্বাপনৰ বাবে চেষ্টা চলোৱাত যদিও জুয়ে হাতৰ আঙুলি স্পৰ্শ কৰে। অৱশ্যে জ্বলি উঠা জুইকুৰা নুমুৱাবলৈ সক্ষম হয় নিজৰ বুদ্ধিমত্তাৰ বাবে। পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপন বাহিনীৰ লোকৰ লগতে স্থানীয় ৰাইজ উপস্থিত হয় পৰিয়ালটোক উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰে। যাৰ ফলত এক ভয়ংকৰ বিপদৰপৰা ৰক্ষা পৰে পৰিয়ালটো।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
चुनावी बॉन्ड मामले में कांग्रेस की सुप्रीम कोर्ट की निगरानी जांच करवाने की मांग, कहा- सत्ता में आए तो होगी इन्वेस्टिगेशन
नई दिल्ली। कांग्रेस ने चुनावी बॉन्ड मामले की सुप्रीम कोर्ट की निगरानी में एसआईटी जांच की अपनी...
અમદાવાદ માં આઇટી નું મેગા ઓપરેશન
અમદાવાદમાં આઇટી નું ફરી મેગા ઓપરેશન
ચીરીપાલ ગ્રુપ પર ઉતરી આઇટી ની તવાઈ
શિક્ષણ અને ટેક્સટાઇલ...
બનાસકાંઠા જિલ્લા માં તાપમાન નો પારો ગગડ્યો, ડીસા માં લઘુતમ તાપમાન 10 ડિગ્રી નોંધાયું..
બનાસકાંઠા જિલ્લા માં તાપમાન નો પારો ગગડ્યો, ડીસા માં લઘુતમ તાપમાન 10 ડિગ્રી નોંધાયું..
હવામાન...
लगन लेकर जा रहे ऑटो टिकरिया मोड़ के पास हुआ दुर्घटनाग्रस्त,दो ऑटो में लगभग 30 लोग थे सवार
पन्ना :अमानगंज के बरबसपुरा से रैपुरा के बीजाखेड़ा लगन लेकर आ रहे दो ऑटो टिकरिया...
ಕರ್ನಾಟಕ ರಾಜ್ಯ ರಸ್ತೆ ಸಾರಿಗೆ ನಿಗಮದ ಬಸ್ಗಳ ಪುನಶ್ಚೇತನ ಕಾರ್ಯದ ದೃಶ್ಯಗಳು
ಕರ್ನಾಟಕ ರಾಜ್ಯ ರಸ್ತೆ ಸಾರಿಗೆ ನಿಗಮದ ಬಸ್ಗಳ ಪುನಶ್ಚೇತನ ಕಾರ್ಯದ ದೃಶ್ಯಗಳು