*Assam bio refinery* ত চলিছে নেকি চিণ্ডিকেট আৰু গুণ্ডাৰাজ?

Assam bio refineryত চলিছে চিণ্ডিকেট গুণ্ডাৰাজ?

 উল্লেখ্য যে assam bio refineryত কৰ্মৰত শুক্লাচুৰ ৰহমান নামৰ কৰ্মচাৰী জনক উক্ত প্ৰতিষ্ঠানটোৰে আন এজন কৰ্মী মুকুন্দ গগৈ নামৰ লোকজনে ফোনযোগে প্ৰদান কৰা ভাবুকিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

শুণক কি কয় আছে একেখন প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মীৰ ভাষ্য।

এই সন্দৰ্ভত assam bio refineryত কৰ্মৰত শুক্লাচুৰ ৰহমান নামৰ ভুক্তভোগী কৰ্মী জন কাষ চাপিছে নুমলীগড় আৰক্ষীৰ সমীপত।