ঐতিহাসিক খটৰা সত্ৰত পাচেতি মহোৎসৱ উপলক্ষে অনুষ্ঠিত দিহানাম প্ৰতিযোগিতা 

 ঐতিহাসিক খটৰা সত্ৰত পাচেতি মহোৎসৱৰ লগত সংগতি ৰাখি আজি অনুষ্ঠিত কৰা হয় দিহানাম প্ৰতিযোগিতা । লোক সংগীতৰ অঁনাতাৰ কেন্দ্ৰৰ নিয়মীয়া শিল্পী কনিকা বৈশ্যই  উদ্বোধন কৰা প্ৰতিযোগিতাত অবিভিক্ত দৰং জিলাৰ প্ৰায় ২০ টা প্ৰতিযোগী দলে অংশগ্ৰহণ কৰে।  পশ্চিম দৰং জাতীয় বিদ্যালয়ৰ শিক্ষক জীৱন বৰুৱাই পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে  বাঘৰগয়া সত্ৰ , কলিয়াবৰৰ সত্ৰাধিকাৰ হীৰুপ্ৰসাদ মহন্ত আৰু দিপীলা গাওঁ পঞ্চায়তৰ সভানেত্ৰী চন্দ্ৰমা মহন্ত । ।