ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিৰল প্ৰজাতিৰ মাছ উদ্বাৰ।

বোৰকা চেং বা পিপলি চেং মাছ চোৰাংকৈ ওৰাং পৰা গুৱাহাটীলৈ যোৱা সময়ত মঙ্গলদৈ আৰক্ষী আটক কৰে চোৰাং চিকাৰী দুজন বিৰল প্ৰজাতিৰ মাছৰ চোৰাং বজাৰৰ মূল্য 25 হাজাৰ টকা বুলি জানিব দিয়ে

মঙ্গলদৈ সদৰ থানাৰ তৎপৰতা এখন AS 13 M 2678 বলেৰু গাড়ী সহ দুজন চোৰাং মাছ চিকাৰী গ্ৰেপ্তাৰ। লগতে 3টা বিৰল প্ৰজাতিৰ মাছ উদ্ধাৰ ।

গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰী কেইজন ক্ৰমে ৰফিকুল ইছলাম আৰু আব্দুল ৰচিদ।

আৰক্ষীয়ে মাছ আৰু চোৰাং মাছ চিকাৰী কেইজনাক বন বিভাগক সমজাই দিব।

যাতে বন বিভাগে বন সুৰক্ষা আইনত শাস্তি বিহিব