নলবাৰী জিলাৰ বৰভাগৰ ক্ষুদ্ৰ কুলহাটীস্থ টাইকোৱানডো কাৰ্য়্যালয়ত লোহোৰাম বড়ো মেমোৰিয়েল টাইকোৱানডো চেম্পিয়নশ্বিপ ২০২২ ৰ প্ৰতিযোগিতাত পদক লাভ কৰা খেলুৱৈ সকলক দেওবাৰে ৰাজহুৱা সম্বৰ্ধনা জনাই৷তদুপলক্ষে আইতৰু হাইস্কুল প্ৰাংগনত অনুষ্ঠিত কৰা সভাখনত কেইবাজনো বিশিষ্ট লোকৰ উপস্থিতিত গামোছা আৰু কলমৰে সম্বৰ্ধনা জনাই৷উক্ত সম্বৰ্ধনা অনুষ্ঠানতে বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাই ও পদকপ্ৰাপ্ত খেলুৱৈ সকলক সম্বৰ্ধনা জনাই৷উল্লেখ্য যে বৰভাগ টাইকোৱানডো সন্থাৰ সভাপতি চন্দন কলিতাৰ নেতৃত্বত গঢ়ি উঠা টাইকোৱানডো প্ৰশিক্ষণ কেন্দ্ৰটোৱে প্ৰতিষ্ঠা কালৰে পৰা অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Indian economy: भारत के महंगाई रोकने के उपाय का असर बाक़ी दुनिया पर क्या पड़ रहा है? (BBC Hindi)
Indian economy: भारत के महंगाई रोकने के उपाय का असर बाक़ी दुनिया पर क्या पड़ रहा है? (BBC Hindi)
ৰাস মহোৎসৱলৈ মাজত কেইটামান দিন বাকী ! এতিয়া মাজুলীৰ চাৰিওফালে ৰাসৰ সুৱাস
ৰাস মহোৎসৱলৈ মাজত কেইটামান দিন বাকী ! এতিয়া মাজুলীৰ চাৰিওফালে ৰাসৰ সুৱাস
মৰাণ আৰক্ষী থানা সমিতিৰ উদ্যোগত ১২৬ টা গাঁও ৰক্ষী বাহিনীক মুঠ পোন্ধৰশ গছ পুলি বিতৰণ।
ডিব্ৰুগড়।জিলাৰ মৰাণ আৰক্ষী থানা সমিতিৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলনৰ উপলক্ষে শুকুৰবাৰে মৰাণ আৰক্ষী...
भारत के कृषि उत्पाद इंटरनेशनल मार्केट में छाने वाले हैं? | 24 Ka Budget | Budget 2024
भारत के कृषि उत्पाद इंटरनेशनल मार्केट में छाने वाले हैं? | 24 Ka Budget | Budget 2024