যোগ্যতা থাকিলে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে ৷ অধ্যৱসায়ৰ সাধনাৰে নিজকে উজ্বলাই সকলোকে গৌৰাৱাম্বিত কৰিছে মিছামৰা বাগিচাৰ এজন শ্ৰমিকৰ পুত্ৰই । মিছামৰা চাহ বাগিচাৰ জিন্টু ঘাটোৱাৰ নামৰ এজন যুৱকে উৰুখা পঁজাৰ পৰা গৈ আজুৰি আনিলে অসম আৰক্ষীৰ চাকৰি । পিতৃ-মাতৃ দুয়ো বাগিচাৰ শ্ৰমিক আৰু পুত্ৰই কষ্টৰ বলত লাভ কৰিলে চাকৰি। অতি কষ্টসাধ্য প্ৰচেষ্টাৰ অন্তৰালত সফলতা লাভ কৰি উৎফুল্লিত হৈ পৰিছে যুৱকজন । দৰিদ্ৰতাক নেওচি, যত্ন কৰি লক্ষ্যত উপনীত হৈ আদৰ্শ হৈ পৰা যুৱকজনক গামোচা পিন্ধাই অভিনন্দন জনাইছে চাহ জনজাতি ছাত্ৰসন্থাৰ দেৰগাঁও শাখাই । আটছাৰ দেৰগাঁও শাখাৰ কেইবাজনো বিষয়-ববীয়াই জিন্টু ঘাটোৱাৰৰ বাসগৃহত গৈ সম্বৰ্দ্ধনা জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શક્તિપીઠ અંબાજી ખાતે માં અંબાના પ્રાગટ્યો ઉત્સવની ભવ્ય ઉજવણી કરવામાં આવી
શક્તિપીઠ અંબાજી ખાતે માં અંબાના પ્રાગટ્યો ઉત્સવની ભવ્ય ઉજવણી કરવામાં આવી
iQOO Neo 9 Pro के लिए जल्द शुरू होगी प्री बुकिंग, Snapdragon 8 Gen 2 SoC प्रोसेसर के साथ होगा लॉन्च
iQOO Neo 9 Pro के लिए कंपनी जल्द प्री बुकिंग प्रक्रिया शुरू करेगी। इसको अमेजन और कंपनी की...
પ્રાકૃતિક ખેતીથી શાંતિપુરાના ખેડૂતે નાળિયેરીની ખેતીમાં મેળવ્યો રૂ.૧૩ લાખનો નફો
રાજ્યમાં ખેડૂતો છેલ્લા કેટલાક વર્ષોથી પ્રાકૃતિક ખેતી તરફ વળ્યાં છે. ઓછા ખર્ચે ખેડૂતો વર્ષે લાખો...
Hong Kong's Peak Tram reopens after 14 months - BBC News
Hong Kong's Peak Tram reopens after 14 months - BBC News
amreli-મોંઘવારીનો માર બગસરાના રિક્ષાચાલકોએ ઠાલવી વેદના
amreli-મોંઘવારીનો માર બગસરાના રિક્ષાચાલકોએ ઠાલવી વેદના