চৰাইদেউ জিলা সাহিত্য সভাৰ অন্তৰ্গত শান্তিপুৰ শাখা সাহিত্য সভাৰ উদ্যোগত সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল অনুসৰি কৃতীত্বৰে উত্তীৰ্ণ হোৱা  ছাত্ৰ-ছাত্ৰী সকলক ঘৰে ঘৰে গৈ সম্বৰ্দ্ধনা জনোৱা হয় ।