কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্ত বৰ্তি পূৰ্নদৈচপৰা আৰু বৰপূল্লাৰ মাজতে বিগত বানপানীত এটি কালভাৰ্ট সম্পূৰ্ণৰূপে উটুৱাই নি যোগাযোগ বিচিন্ন কৰিছিল৷পৰবৰ্তী সময়ত উক্ত ঠাইত লোকনিৰ্মান বিভাগে বালিৰে পুতি এটি উপপথ বনাই দিছিল৷তাৰফলত ৰাইজে যোগাযোগ কৰিব পৰা অৱস্থা হৈছিল৷কিন্তু দুৰ্ভাগ্যজনক কথা যে আজি পূৱা উক্ত উপপথত এখন চিমেণ্ট ভৰ্তি ট্ৰাক ফাচি যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল৷যাৰফলত ৰাইজে যন্ত্ৰণা ভোগ কৰিব লগা অৱস্থা হৈছিল৷ এ এছ ০১ জি চি ৯৩৫৩ নংৰ উক্ত ট্ৰাকখনেও প্ৰয়োজনতকৈ বেচি ওজন কঢ়িয়াই আনিছিল৷মটৰ ভেহিকল আইন অনুসৰি ট্ৰাকখনৰ বহন ক্ষমতা মুঠ সাত টন কিন্তু উক্ত ট্ৰাকখনে ১৩ টন মাল কঢ়িয়াই প্ৰশাসনৰ চকুত ধুলি দি উক্ত পথৰে যাবলৈ বিচৰাত বিপদ পৰিল চালক সহ সহযোগী জন৷অৱশেষত এখন জে চি বি লগাই ট্ৰাকখন উঠাই গন্তব্য স্থানলৈ গতি কৰে৷এনেকৈ একাংশ মালবাহী ট্ৰাকে উক্ত পথৰে যে গোপনে সামগ্ৰী কঢ়িয়াই তাৰ উপযুক্ত প্ৰমান আজি পোহৰলৈ আহিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
માધવપુર ગામે સંજીવની નેચર ફાઉન્ડેશન ગૌસેવા હોસ્પિટલની રૂબરૂ મુલાકાત લેતા કાંધલભાઈ જાડેજા
પશુપ્રેમી પર્યાવરણ પ્રેમી એવા ધારાસભ્ય કાંધલભાઈ જાડેજા દ્વારા માધવપુર મુકામે આવેલ સંજીવની નેચર...
દાહોદ નગરપાલિકાના કાઉન્સિલરના જમાઈ દ્રારા બેરોજગાર યુવાનોને નોકરી અપાવવાના બહાને લાખો રૂપિયાની ઠગાઈ
દાહોદ નગરપાલિકાના કાઉન્સિલરના જમાઈ દ્રારા બેરોજગાર યુવાનોને નોકરી અપાવવાના બહાને લાખો રૂપિયાની ઠગાઈ
Chhattisgarh Election 2023: ED के खुलासे पर बोले पूर्व CM Raman Singh | Bupesh Baghel | Aaj Tak News
Chhattisgarh Election 2023: ED के खुलासे पर बोले पूर्व CM Raman Singh | Bupesh Baghel | Aaj Tak News
INDIA Alliance: Mamata Banerjee के बंगाल में अकेले लड़ने के फैसले पर Aaditya Thackeray का बड़ा बयान
INDIA Alliance: Mamata Banerjee के बंगाल में अकेले लड़ने के फैसले पर Aaditya Thackeray का बड़ा बयान
ભારત માતાના પનોતા પુત્ર તેમજ દેશના યશશ્વી વડાપ્રધાન નરેન્દ્રભાઈ મોદીની દિલ્હી ખાતે શુભેરછા મુલાકાતલેતા પાળીયાદ વિસામણબાપુની જગ્યાના મહન્ત ૧૦૦૮ નિર્મળાંબા તેમજ ભયલુબાપુ પરિવાર,
સૌરાષ્ટ ની વિખ્યાત એવી દેહાણ પરંપરા ની પાંચાળ પ્રદેશ નું પ્રગટ પીરાણું અને લાખો લોકોની શ્રધ્ધા...