মাত্ৰ এহেজাৰ টকাৰ বাবে কলম কটা দাৰে গোবিন গড় নিজ বন্ধু প্ৰবীন মাঝিক হত্যা কৰিলে।বিশ্বকৰ্মা পূজাৰ নিশা  মৰাণৰ সমীপৰ  দোমৰ দলং চাহবাগিচাৰ  জুতুলীটিং শাখাত হৈছিল  এই হত্যাকাণ্ড। ।

          ,।মৰাণহাটআৰক্ষীয়ে হত্যাকাৰী গোবিন গড়ক আটক কৰাৰ।পিছত ওলাইছে এই ভয়ংকৰ তথ্য।জব্দ কৰিছে  দা খন।হত্যাকাৰী গোবিন গড় (২৮)ক কেছ নং 63/ 2022 নম্বৰত গোচৰ  পঞ্জীয়ন।কৰি  জেল হাজোতলৈ প্ৰেৰণ কৰিছে।