অসমৰ চুতীয়াকে ধৰি ছয় জনগোষ্ঠীক বঞ্চনা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আজিও অব্যাহত আছে প্ৰতিবাদ। উল্লেখ্যযোগ্য যে কেন্দ্ৰীয় চৰকাৰে দেশৰ ৫ খন ৰাজ্যৰ ১২ টা জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদান কৰিলে যদিও বঞ্চিত কৰিলে অসমৰ ছয় জনগোষ্ঠীক। কেন্দ্ৰীয় চৰকাৰৰ এই বঞ্চনাৰ বিৰুদ্ধে তীব্র অসন্তুষ্টি প্ৰকাশ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে চুতীয়াকে ধৰি অন্য ছয় জনগোষ্ঠীয়ে। সৰুপথাৰটো ধনশিৰি জিলা চুতীয়া জাতি সন্মিলন আৰু চুতীয়া জাতি যুৱ সন্মিলনৰ যৌথ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী সম্পন্ন হয়। সংগঠন দুটাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুমতিৰ অৰ্থে বন্তি প্ৰজ্বলন আৰু প্ৰাৰ্থনা কাৰ্যসূচী ৰূপায়ণ কৰে । ধনশিৰি জিলা চুতীয়া সন্মিলন আৰু যুৱ সন্মিলনৰ বহু সংখ্যক প্ৰতিবাদীয়ে সন্ধ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটোৰ সন্মুখত এগছি বন্তি প্ৰজ্বলন ও প্ৰাৰ্থনা কৰি প্ৰতিবাদ সাব্যস্ত কৰে । সৰুপথাৰ নগৰৰ মাজ মজিয়াত থকা গান্ধী মুৰ্ত্তিৰ সমপীত দেওবাৰে সন্ধ্যা সংগঠন দুটাই এই অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
इन iPhones को सपोर्ट करेगा Apple iOS 19, फीचर्स भी होंगे एकदम एडवांस
एपल iOS 19 अपडेट को लेकर खबरें आना शुरू हो चुकी हैं। अपडेट का पहला पब्लिक बीटा जून 2025 में एनुअल...
મહંત શ્રી કે.ડી આદર્શ હાઇસ્કુલમાં નવરાત્રી મહોત્સવ-2023 ની ઉજવણી.
આજરોજ તારીખ 21.10.2023 ના રોજ મહંતશ્રી કે.ડી આદર્શ હાઇસ્કુલમાં નવરાત્રી મહોત્સવ- 2023 ની ઉજવણી...
Top 5 Bollywood News: इस दिन रिलीज होगा Rajinikanth की मच अवेटेड फिल्म 'Lal Salaam' का Teaser
Top 5 Bollywood News: इस दिन रिलीज होगा Rajinikanth की मच अवेटेड फिल्म 'Lal Salaam' का Teaser
@आबूरोड #अरावली से छेड़छाड़ हुई तो फिर सड़कों पर उतरेंगे, आंदोलन दोबारा शुरू होगा – निर्मल चौधरी
@आबूरोड #अरावली से छेड़छाड़ हुई तो फिर सड़कों पर उतरेंगे, आंदोलन दोबारा शुरू होगा – निर्मल...
મેદાનમાં મેડમજીઃ ભાજપે 14 મહિલાઓને ઉતાર્યા ચૂંટણી મેદાને, જાણો કોને ક્યાંથી મળી ટિકિટ?
મેદાનમાં મેડમજીઃ ભાજપે 14 મહિલાઓને ઉતાર્યા ચૂંટણી મેદાને, જાણો કોને ક્યાંથી મળી ટિકિટ?