আঠখেলীয়া নামঘৰক বিৰ্তকই লগ নেৰা হ'ল । আজি মূল প্ৰবেশ দ্বাৰত তলা লগালে কৰ্ণধাৰ সমিতিয়ে । উচ্চতম ন্যায়ালয়ে নিদেশমৰ্মে ৮চেপ্তেম্বৰত পূৰ্বৰ পৰিচালনা সমিতিয়ে এখনি সাধাৰণ সভা পাতি তাতে এখন নতুন সমিতি গঠন কৰে । আজি নতুন সমিতি খনে কাৰ্য্যভাৰ লোৱা কথা আছিল ।কিন্তু কৰ্ণধাৰ সমিতিয়ে উক্ত নতুন সমিতি খন অবৈধ ঘোষণা কৰি আজি মূল প্ৰবেশ দ্বাৰত তলা লগাই দিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જુગાર રમી રમાડનાર પાંચ ઈસમો ને વડોદરા ના સયાજીગંજ પોલીસ એ ઝડપી પાડયા
જુગાર રમી રમાડનાર પાંચ ઈસમો ને વડોદરા ના સયાજીગંજ પોલીસ એ ઝડપી પાડયા
सिरोंचा तालुक्यातील पुरपरीस्थीताची केली खासदार अशोक नेते यांनी पाहणी
गडचिरोली जिल्ह्याच्या सिरोंचा तालुक्यातील अतिवृष्टी व पूर परिस्थिती झालेल्या नुकसानाची पाहणी करून...