বাদুলিপাৰত ঝুমুৰ সন্মিলনত ৰাইজৰ ব্যাপক উচাহ ৷ বাদুলিপাৰ চাহ বাগিছা যুৱ সংঘৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যক্ৰমনিকাৰে আয়োজন হ'ল ঝুমুৰ সন্মিলন । পুৱাই পতাকা উত্তোলন,বৃক্ষৰোপণৰ পিছতেই সাংস্কৃতিক শোভাযাত্ৰাত মুখৰিত হ'ল বিভিন্ন দলৰ নৃত্যকে ধৰি চাহ জনগোষ্ঠীৰ কৃষ্টিৰে । ঝুমুৰ নাচি আনন্দত মতলীয়া হ'ল পুৰুষ-মহিলা,যুৱক-যুৱতী সকলো । নৱপ্ৰজন্ম সকলক শুদ্ধৰূপত ঝুমুৰৰ বিষয়ে জ্ঞান দিয়াৰ লগতে প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ । ঝুমুৰ সন্মিলনত এনেদৰেই এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হ'ল বাদুলিপাৰত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विश्व आदिवासी दिवस महापर्व के अवसर पर आदिवासी विकास समिति व भील समाज के जिला अध्यक्ष ने माला पहनकर स्वागत किया
विश्व आदिवासी दिवस महापर्व के अवसर पर आदिवासी विकास समिति व भील समाज के जिला अध्यक्ष मांगीलाल भील...
গুইজানৰ নলনী চাহ বাগিচাত পানী যোগান প্ৰকল্পৰ শুভউদ্ধোধন চাবুৱাৰ বিধায়ক পোনাকন বৰুৱাৰ
তিনিচুকীয়া গুইজানৰ নলনী চাহ বাগিচাত সোমবাৰে পানী যোগান প্ৰকল্পৰ শুভউদ্ধোধন কৰে চাবুৱাৰ বিধায়ক...
યાત્રાધામ અંબાજી ખાતેથી ડ્રોન ટેક્નોલોજીની મદદથીથી સીડ બોલ વાવેતર અભિયાનનો પ્રારંભ કરાવ્યો
યાત્રાધામ અંબાજી ખાતેથી ડ્રોન ટેક્નોલોજીની મદદથીથી સીડ બોલ વાવેતર અભિયાનનો પ્રારંભ કરાવ્યો
વડિયા માં લમ્પી રોગ પીડિત ગૌ માતા ના આઇસોલેશન સેન્ટર ની મુલાકાત લેતા જિલ્લા ભાજપ પ્રમુખ
વડિયા માં લમ્પી રોગ પીડિત ગૌ માતા ના આઇસોલેશન સેન્ટર ની મુલાકાત લેતા જિલ્લા ભાજપ પ્રમુખ
iOS 18.1 Public Beta: लेटेस्ट आईओएस पब्लिक बीटा अपडेट हुआ रिलीज, Apple Intelligence का करें अब इस्तेमाल
एपल इंटेलिजेंस के लिए अब आपको बगी डेवलपर बीटा इंस्टॉल करने की जरूरत नहीं होगी। कंपनी ने आईफोन...