হোজাইৰ মৰ্কজ একাডেমীত যোৱা আগষ্ট মাহত টিংখাঙৰ এজন মেধাৱী ছাত্র ৰহস্যজনক মৃত্যু হৈছিল। বামোণবাৰী আৰক্ষী চকীৰ অন্তৰ্গত দুই নং দীঘলীয়া গাঁৱৰ দশম শ্ৰেণীত অধ্যয়ন কৰি থকা মেধাৱী ছাত্ৰ ফাৰহাচ হুছেইনৰ মৃতদেহ উদ্ধাৰ হয় এটা পুখুৰীত। ৰহস্যজনকভাৱে এটা পুখুৰীত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত বিদ্যালয় খনৰ লগতে ছাত্র জনৰ বাসগৃহৰ ঔফুলীয়াৰ দুই নং দীঘলীয়া গাঁৱতো সৃষ্টি হয় তীব্ৰ চাঞ্চল্য। হোজাই মৰ্কজ একাডেমীত সংঘটিত হোৱা এই ঘটনাৰ বাবে মৃত ছাত্র জনৰ পৰিয়ালবৰ্গক সমবেদনা জনাবলৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ দেওবাৰে উপস্থিত হয়। ঘটনা সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে বদৰুদ্দিন আজমলে এই সমগ্ৰ ঘটনাটো বিচাৰ-বিশ্লেষণ নকৰাকৈ আইন-আদালতক সকলো নিয়ন্ত্ৰণ কৰি ঘটনাক গাপ দিয়া চেষ্টা কৰিছে। প্ৰকৃত সত্য লুকুৱাই ৰখাৰ বাবে বদৰুদ্দিন আজমলে সকলো ধৰণৰ কৌত-কৌশল ৰচনা কৰিছে। আজমল ফাউদ্দেশ্যনৰ বিদ্যালয় সমূহত ছাত্ৰ ছাত্ৰী সকলৰ জীৱনৰ নিৰাপত্তা নাই বুলি প্ৰমাণিত হব বুলি স্থানীয় আৰক্ষী অধীক্ষ, উপযুক্তক বিভিন্ন ধৰনে নিয়ন্ত্ৰণ কৰা লগতে সংবাদ মাধ্যমৰ বিষয় সমূহ লুকুৱাই ৰাখিব উঠি পৰি লাগিছে বুলি কয়। এই ঘটনাটোৰ সন্দৰ্ভত তদন্তৰ কৰিবলৈ দাবী জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શ્રદ્ધેય વડાપ્રધાન શ્રી Narendra Modi સાહેબે આજે જન વિશ્વાસ સંમેલન અંતર્ગત શાસ્ત્રી મેદાન, વિદ્યાનગર ખાતે જંગી જનમેદનીને સંબોધન કર્યું હતું
શ્રદ્ધેય વડાપ્રધાન શ્રી Narendra Modi સાહેબે આજે જન વિશ્વાસ સંમેલન અંતર્ગત શાસ્ત્રી મેદાન...
વાવાઝોડું અને વરસાદ અગમ ચેતીના ભાગરૂપે ઇકબાલગઢમાં ખેડૂતોને ખેત ઉત્પાદન સાચવા અપિલ કરાઇ
બિપરજોય વાવાઝોડાને લઇ અમીરગઢ માર્કેટયાર્ડ એલર્ટ બન્યું છે. બનાસકાંઠા જિલ્લામાં ભારે પવન અને વરસાદ...
MP: सतपुड़ा भवन में आग लगने के बाद सियासी लपटें हुईं तेज, कांग्रेस बोली- मध्य प्रदेश से जा रही है BJP सरकार
Satpura Bhawan Bhopal fire accident: मध्य प्रदेश (Madhya Pradesh) की राजधानी भोपाल...
ચેક રિટર્ન કેસમાં કોર્ટ દ્વારા સાદી કેદનો હુકમ...
ચેક રિટર્ન કેસમાં કોર્ટ દ્વારા સાદી કેદનો હુકમ...