গোৱালপাৰাৰ দহিকটা আৰু কৈল্যাশাষ্ত্ৰৰ মাজৰ কৃষ্ণাই নৈত বুকু ভেদি ছাত্ৰছাত্ৰী সকলে সদায় বিদ্যালয়লৈ আহে৷