জালুকবাৰী সমষ্টিৰ মান্দাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ মান্দাকাটাত দেওবাৰে বিয়লি জানাজা গৃহৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ৷ মান্দাকাটা আঞ্চলিক কৱৰস্থানত এই জানাজাগৃহৰ আধাৰশিলা স্থাপনৰ পিছতে দক্ষিণ মান্দাকাটা গাঁও উন্নয়ন সমিতি তথা আঞ্চলিক কৱৰস্থান সমিতিৰ সম্পাদক আয়েজুল হকৰ পৰিচালনাত অনুষ্ঠিত এখন সভাত বক্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ৷ সভাত অংশগ্ৰহণ কৰে মান্দাকাটা গাঁও পঞ্চায়তৰ সভাপতি জাহিদুল ইছলাম, আঞ্চলিক সদস্য বীৰেন্দ্ৰ বৈশ্য, আঞ্চলিক কবৰস্থান সমিতিৰ সভাপতি ইছলামুদ্দিন আহমেদ,বিজেপি সংখ্যালঘু মৰ্চাৰ বেজেৰা মণ্ডলৰ সভাপতি আমিনুল হক, সাধাৰণ সম্পাদক ৰিজুল আলী, বিজেপিৰ জ্যেষ্ঠ কৰ্মী বাবুল ছেত্ৰী,ছাইনিং মাৰাক, অচ্যুত দাস,বাবুল আলী,আৰিফ আহমেদ,মইনুল হক , মজিবৰ ৰহমান প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য লোক ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जिला कलेक्टर नैनवा क्षेत्र के दौरे पर स्थितियों का लिया जायजा
नैनवां उपखंड क्षेत्र में जारी भारी बारिश के मध्य नजर प्रशासनिक अधिकारियों ने स्थितियों, समस्याओं...
মৰাণৰ লাচিত নগৰত পথ দুৰ্ঘটনা, কথমপি পাণ ৰক্ষা যাত্ৰীৰ
মৰাণৰ লাচিত নগৰত পথ দুৰ্ঘটনা, কথমপি পাণ ৰক্ষা যাত্ৰীৰ
মঙলদৈত গীতে মাতে বিদায় সম্ভাষণ অধীক্ষক অভিযন্তা বিজয় ভূষণ শইকীয়াক
মঙলদৈত গীতে মাতে বিদায় সম্ভাষণ অধীক্ষক অভিযন্তা বিজয় ভূষণ শইকীয়াক
ગોધરા: પોપટપુરા ઐતિહાસિક ગૌણ ગણેશ મંદિર ખાતે ગણેશ ચતુર્થીના પ્રારંભે હજારો દર્શનાર્થીઓ ઉમટી પડ્યા.!!
ગોધરા: પોપટપુરા ઐતિહાસિક ગૌણ ગણેશ મંદિર ખાતે ગણેશ ચતુર્થીના પ્રારંભે હજારો દર્શનાર્થીઓ ઉમટી...