জালুকবাৰী সমষ্টিৰ মান্দাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ মান্দাকাটাত দেওবাৰে বিয়লি জানাজা গৃহৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ৷ মান্দাকাটা আঞ্চলিক কৱৰস্থানত এই জানাজাগৃহৰ আধাৰশিলা স্থাপনৰ পিছতে দক্ষিণ মান্দাকাটা গাঁও উন্নয়ন সমিতি তথা আঞ্চলিক কৱৰস্থান সমিতিৰ সম্পাদক আয়েজুল হকৰ পৰিচালনাত অনুষ্ঠিত এখন সভাত বক্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ৷ সভাত অংশগ্ৰহণ কৰে মান্দাকাটা গাঁও পঞ্চায়তৰ সভাপতি জাহিদুল ইছলাম, আঞ্চলিক সদস্য বীৰেন্দ্ৰ বৈশ্য, আঞ্চলিক কবৰস্থান সমিতিৰ সভাপতি ইছলামুদ্দিন আহমেদ,বিজেপি সংখ্যালঘু মৰ্চাৰ বেজেৰা মণ্ডলৰ সভাপতি আমিনুল হক, সাধাৰণ সম্পাদক ৰিজুল আলী, বিজেপিৰ জ্যেষ্ঠ কৰ্মী বাবুল ছেত্ৰী,ছাইনিং মাৰাক, অচ্যুত দাস,বাবুল আলী,আৰিফ আহমেদ,মইনুল হক , মজিবৰ ৰহমান প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য লোক ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ভাৰতীয়সকলে ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়ত অষ্ট্ৰেলিয়াৰ পৰা মধ্যপ্ৰাচ্যলৈকে ‘ভাৰত মাতা কি জয়’ৰ ধ্বনিৰে প্ৰতিধ্বনিত হৈছে
ব্ৰিটিছ শাসনৰ পৰা মুক্তিৰ ৭৬ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে মঙলবাৰে সমগ্ৰ বিশ্বৰ ভাৰতীয়ই ৭৭ সংখ্যক...
Cancer: एक चाय का कप आपको बना सकता है कैंसर का शिकार, ऐसे लोगों को ज्यादा खतरा
Cancer: एक चाय का कप आपको बना सकता है कैंसर का शिकार, ऐसे लोगों को ज्यादा खतरा
दुनियाभर...
देश में जोधपुर-आगरा समेत 12 औद्योगिक स्मार्ट शहर बनेंगे:10 राज्यों में 28 हजार करोड़ की स्कीम मंजूर
देश के 9 राज्यों में 12औद्योगिक स्मार्ट शहर तैयार किए जाएंगे। इसके अलावा, 10 राज्यों में 6...