লাহৰীঘাটত দেওবাৰে মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুই ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ।লাহৰীঘাটৰ ধিঙৰ আটিৰ পৰা গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে গাঁওখনৰ ছাদ্দাম হুছেইন আৰু ইনামূল হক।সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি ২৯ টা কণ্টেইনাৰ আৰু দুটা ম'বাইল জব্দ কৰে।পিছত সৰবৰাহকাৰী দুটাক আৰক্ষীয়ে লাহৰীঘাট থানালৈ লৈ যায় আৰু এই সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शाकाहारी लोग Vitamin B-12 कैसे पूरा करें?
शाकाहारी लोग Vitamin B-12 कैसे पूरा करें?
नरेंद्र मोदी बोले , श्रीमद राजचंद्र मिशन' से मेरा पुराना नाता
प्रधानमंत्री नरेंद्र मोदी ने गुरुवार को गुजरात के वलसाड जिले के धर्मपुर गांव में स्थित 'श्रीमद...
HDFC BANK RESULTS | HDFC BANK Q2 RESULTS 2023 | HDFC BANK RESULTS ANALYSIS
HDFC BANK RESULTS | HDFC BANK Q2 RESULTS 2023 | HDFC BANK RESULTS ANALYSIS
Chandrayaan-3 Launch LIVE Updates: भारत का तीसरा मून मिशन Chandrayaan-3 लॉन्च| Aaj Tak News
Chandrayaan-3 Launch LIVE Updates: भारत का तीसरा मून मिशन Chandrayaan-3 लॉन्च| Aaj Tak News