আৰক্ষী নিযুক্তিৰ ফলাফল ঘোষনাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৈছে আনন্দৰ বন্যা। ৰাজ্যৰ বহু দৰিদ্ৰ যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱাত সম্প্ৰতি আনন্দৰ বন্যা বৈছে তেওঁলোকৰ গৃহত। স্বচ্ছ আৰু নিকা নিযুক্তিৰ বাবে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনাইছে নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱা প্ৰাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিহপুৰীয়াৰ ১নং জাপজুপ গাঁৱৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱক সঞ্জীৱ বৰায়ো লাভ কৰিছে আৰক্ষীৰ কামাণ্ড বেটেলিয়ান নিযুক্তি। জাপজুপ গাঁৱৰ ৰাজেন বৰা আৰু ৰূপা বৰাৰ সুযোগ্য সন্তান সঞ্জীৱৰ এই সাফল্যত সঞ্জীৱৰ পিতৃ মাতৃৰ লগতে উৎফুলিত হৈ পৰিছে গাঁওবাসী। উল্লেখ্য যে ডেৰ বছৰ ধৰি গাঁৱতে এখন চেলুন খুলি চুলি দাৰি কাটিয়েই পৰিয়াল পোহপাল দি গৈছিল সঞ্জীৱে। শৰীৰ চৰ্চাৰ লগত জৰিত সঞ্জীৱে ৱাল প্ৰিন্তিং কৰাৰ লগতে এগৰাকী সুদক্ষ ভলীবল খেলুৱৈও।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सुशांत सिंह की फोटो लगी टी-शर्ट पर मचा बवाल
#SushantSinghRajput #SSR #SushantSinghRajputTshirt, #aninews 🔔सुशांत सिंह राजपूत के फैंस को...
बेनीवाल बोले-खींवसर हारे तो लिखा जाएगा RLP मिट गई:समर्थकों से कहा-15 दिन शांति रखो
खींवसर में उपचुनाव को लेकर राष्ट्रीय लोकतांत्रिक पार्टी के सांसद हनुमान बेनीवाल ने बड़ा बयान दिया...
Israel-Palestine War: दक्षिणी लेबनान में UN आर्मी कैंप पर रॉकेट से हमला | Hamas Attack | Gaza News
Israel-Palestine War: दक्षिणी लेबनान में UN आर्मी कैंप पर रॉकेट से हमला | Hamas Attack | Gaza News
पन्ना को मिली एफएम स्टेशन की सौगात। प्रधानमंत्री श्री नरेन्द्र मोदी ने किया वर्चुअल लोकार्पण।
पन्ना को मिली एफएम स्टेशन की सौगात। प्रधानमंत्री श्री नरेन्द्र मोदी ने किया...