আৰক্ষী নিযুক্তিৰ ফলাফল ঘোষনাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৈছে আনন্দৰ বন্যা। ৰাজ্যৰ বহু দৰিদ্ৰ যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱাত সম্প্ৰতি আনন্দৰ বন্যা বৈছে তেওঁলোকৰ গৃহত। স্বচ্ছ আৰু নিকা নিযুক্তিৰ বাবে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনাইছে নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱা প্ৰাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিহপুৰীয়াৰ ১নং জাপজুপ গাঁৱৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱক সঞ্জীৱ বৰায়ো লাভ কৰিছে আৰক্ষীৰ কামাণ্ড বেটেলিয়ান নিযুক্তি। জাপজুপ গাঁৱৰ ৰাজেন বৰা আৰু ৰূপা বৰাৰ সুযোগ্য সন্তান সঞ্জীৱৰ এই সাফল্যত সঞ্জীৱৰ পিতৃ মাতৃৰ লগতে উৎফুলিত হৈ পৰিছে গাঁওবাসী। উল্লেখ্য যে ডেৰ বছৰ ধৰি গাঁৱতে এখন চেলুন খুলি চুলি দাৰি কাটিয়েই পৰিয়াল পোহপাল দি গৈছিল সঞ্জীৱে। শৰীৰ চৰ্চাৰ লগত জৰিত সঞ্জীৱে ৱাল প্ৰিন্তিং কৰাৰ লগতে এগৰাকী সুদক্ষ ভলীবল খেলুৱৈও।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi Metro: अब रद्दी हो जाएगा दिल्ली मेट्रो का स्मार्ट कार्ड, DMRC ने किया बड़ा बदलाव
Delhi Metro rule Change: अगर आप भी दिल्ली मेट्रो (Delhi Metro)के दैनिक यात्री हैं तो ये...
घरी एकटी महीला असल्याचा फायदा घेत अज्ञातांनी अंगावर ऍसिड टाकून केला खून; चिपळुणातील धक्कादायक घटना
चिपळूण : येथील पेठमाप भागात राहणाऱ्या एका महिलेचा घरात कोणी नसताना अज्ञातांनी तिच्या अंगावर ऍसिड...
ৰহাৰ সূধন্য কুমাৰ সেনাপতিক সদৌ অসম সাংবাদিক মঞ্চ ৰ বিশিষ্ট সমাজকৰ্মী বঁটা প্ৰদান।
ৰহা নিবাসী তথা নগাঁও জিলা হেণ্ডবল সন্থাৰ সম্পাদক, সদৌ অসম হেণ্ডবল সন্থাৰ কাৰ্য্যকৰী সদস্য সূধন্য...
কৃত্ৰিম বানপানীৰ ফলত অতিষ্ঠ সোণাৰিবাসী
কৃত্ৰিম বানপানীৰ ফলত অতিষ্ঠ সোণাৰিবাসী। পৌৰসভাক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন নাগৰিকৰ আহ্বান।