দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২ সংখ্যক জন্ম দিনৰ উপলক্ষে টিংখাং সমষ্টিৰ অন্তৰ্গত টিংখাং উন্নয়ন খণ্ডৰ এলেকাত " অমৃত সৰোবৰ " আচনিৰ অধীনত নিৰ্মাণ হবলগীয়া পাঁচ খন অমৃত সৰোবৰ আচনিৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে মন্ত্ৰী বিমল বৰাই। এই শুভাৰম্ভণি অনুষ্ঠানত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু ,টিংখাং ৰাজহ চক্ৰ বিষয়া কৌস্তভ কলিতা,টিংখাং উন্নয়ন খণ্ডৰ বিষয়া তাপশ্ৰী দেৱনাথৰ লগতে পঞ্চায়তৰ সভাপতি/ সভানেত্ৰীৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমতে ২,৬২৫ টা অমৃত সৰোবৰৰ কাম আৰম্ভ হৈছে । টিংখাঙত সৰ্বমুঠ ১১ টা অমৃত সৰোবৰৰ কাম আৰম্ভ হৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરેન્દ્રનગર એલસીબી જિલ્લા પોલીસ અધિક્ષક ડો.જી.એ.પંડ્યા દ્વારા 8ને નિમણૂક આપવામાં આવી
એલસીબી શાખામાં હાલ પીઆઇ તરીકે જ્યારે વિ.વિ. ત્રિવેદી ચાર્જ સંભાળી રહ્યા છે.ત્યારે હાલમાં...
Audi Q8 facelift 1.17 करोड़ रुपये में लॉन्च, नए अपडेट्स के साथ हुई पहले से ज्यादा फ्यूल एफिशियंट
नवीनतम Audi Q8 में एक बड़ी ट्रेपोजॉइडल ग्रिल है जिसे ब्लैक कलर स्कीम दी गई है। Audi Q8 facelift...
યાત્રાધામ ડાકોર ખાતે શૈખુલ ઇસ્લામ ટ્રસ્ટ દ્વારા ધાર્મિક વડાઓની હાજરીમાં સમૂહ લગ્ન યોજાયો.
યાત્રાધામ ડાકોર ખાતે શૈખુલ ઇસ્લામ ટ્રસ્ટ દ્વારા ધાર્મિક વડાઓની હાજરીમાં સમૂહ લગ્ન યોજાયો.
भारतीय किसान संघ सांगोद की बैठक आयोजित, पंचायत स्तर पर होगा किसान सम्मेलन
सांगोद(बीएम राठौर). भारतीय किसान संघ तहसील सांगोद की बैठक चैतन्य हनुमान मंदिर परिसर सांगोद पर...
राहुल कभी सावरकर नहीं हो सकते, वे 'गांधी' नहीं...; भाजपा सांसद पंकजा मुंडे का आपत्तिजनक बयान
नई दिल्ली,
भारतीय जनता पार्टी की सांसद पंकजा मुंडे ने कांग्रेस नेता राहुल गांधी के...