*দৰং জিলাৰ বিভিন্ন অঞ্চলত আফ্ৰিকান ছোৱাইন ফেভাৰৰ আতংক।*জিলা খনৰ পুনিয়া কমাৰপাৰা আৰু গধীয়া পাৰা পাথৰিঘাট গাহৰিৰ গাত আফ্ৰিকান ছোৱাইন ফেভাৰ ।*বানপানীৰ পিছতেই জিলা খনত গাহৰিৰ গাত দেখা দিছে এই বিধ ৰোগে। তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন। আজি মঙ্গলদৈৰ নিকটৱৰ্তী গধিয়া পাৰাত পশু চিকিৎসা বিভাগে নিধন কৰি পুতি পেলায় প্ৰায় অৰ্ধ শতাধিক গাহৰি। আজি ও ছিপাঝাৰৰ বৰমপুৰত হত্যা কৰিলে শতাধিক গাহৰি। আনহাতে, যোৱা দুদিন পূৰ্বে মঙলদৈ কমাৰ পাৰা গাঁৱত ও একে দিনাই নিধন কৰি পুটি পেলায় ১৫০ টা গাহৰি। এইক্ষেত্ৰত জিলা প্ৰশাসন, আৰক্ষী, আৰু পশু চিকিৎসা বিভাগ সক্ৰিয় হৈ পৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વલભીપુર તાલુકાના પાટણા ગામે જુથ અથડામણ સર્જાઈ હતી
વલભીપુર તાલુકાના પાટણા ગામે જુથ અથડામણ સર્જાઈ હતી
राज्य मंत्री हीरा लाल नागर नेसर्किट हाऊस परिसर में किया वृक्षारोपण*
ऊर्जा राज्यमंत्री एवं बूंदी जिला प्रभारी मंत्री श्री हीरालाल नागर ने सर्किट हाऊस परिसर में पीपल...
હળવદ ચરાડવા રોડ ઉપર કાર અને બાઈક વચ્ચે અકસ્માત એકનું મૃત્યુ
આ અંગેની જાણવા મળતી વિગતો અનુસાર હળવદ મોરબી હાઇવે ઉપર ચરાડવા અને આંદરણા ગામની વચ્ચે અલ્ટો કાર...
Breaking News: SBSP की प्रदेश महासचिव Nandini Rajbhar की हमलावरों ने की हत्या | Om Prakash Rajbhar
Breaking News: SBSP की प्रदेश महासचिव Nandini Rajbhar की हमलावरों ने की हत्या | Om Prakash Rajbhar