মৰঙী সামুহিক উন্নয়ন মঞ্চৰ সাংগঠনিক সভা সম্পন্ন। মৰঙী মৌজাৰ বিভিন্ন সমস্যাক লৈ পৰ্যালোচনা।

আজি ফলঙনি নামঘূৰীয়া প্ৰাথমিক বিদ্যালয়ত মৰঙী মৌজা সামূহিক উন্নয়ণ মঞ্চৰ এখনি সভা অনুষ্ঠিত হয়।সভাত মৰঙী মৌজাৰ বিভিন্ন সমস্যা সমূহ সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষ আৰু সৰুপথাৰৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগত আলোচনা কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। মৰঙী মৌজাৰ বিভিন্ন পঞ্চায়তত সভা অনুষ্ঠিত কৰি মৰঙী উন্নয়ন মঞ্চৰ আঞ্চলিক সমিতি সমূহ গঠন কৰাৰ সিদ্ধান্ত কৰে।