নুমলীগড়ৰ কানাইঘাটত কালিয়নি নৈৰ কাষত বিশ্বকৰ্মাৰ প্ৰতিমা বিসৰ্জন ৷

নুমলীগড়ৰ কানাইঘাটত কালিয়নি নৈৰ কাষত বিশ্বকৰ্মাৰ প্ৰতিমা বিসৰ্জন ৷

কভিড পৰিস্থিতিৰ ভয়াবহতাৰ বাবে যোৱা দুটা বৰ্ষত অনুষ্ঠিত নহ’ল কোনো পূজা পাৰ্বন ৷ এইবাৰ পৰিস্থিতি কিছু স্বাভাবিক হোৱাত মহা ধুমধামেৰে বিশ্ব খনিকৰ বিশ্বকৰ্মা দেৱতাৰ পূজা সমগ্ৰ অসমতে পালন কৰিছে ৷ মৰঙি মৌজাতো ইয়াৰ ব্যতিক্ৰম নহয় ৷ শনিবাৰে বিশ্বকৰ্মা পূজাৰ অন্তত দেওবাৰে মৰঙিৰ প্ৰতিখন পূজাৰ প্ৰতিমা মৰঙিৰ কালিয়নী নদীৰ পাৰত বিসৰ্জন কৰে ৷ সকলোৱে উলহ মালহেৰে সমদল কৰি নদীৰ পাৰতে বিসৰ্জন পৰ্ব সমাপ্ত কৰে ৷