ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত সানেকুছিত আজি দুপৰীয়া কাহ পিতলৰ বাচন চাফ কৰা চলৰে সোন ৰূপ লুন্ঠন কৰাৰ পৰিকল্পনা কৰা দুই প্ৰবঞ্চকক ৰাইজে হাতেলোটে ধৰি আৰক্ষীক চমজাই দিয়ে৷দুই প্ৰবঞ্চক বিহাৰৰ মনোজ মণ্ডল আৰু সৰোজ ভাৰতী বুলি জানিব পৰা গৈছে৷ প্ৰবঞ্চক দুজনে আজি দুপৰীয়া গাওঁখনৰ বিপূল শৰ্মা নামৰ লোকজনৰ ঘৰত কাহ পিতলৰ বাচন চাফ কৰাৰ চলৰে উপস্থিত হৈ বাচন চাফ কৰি আছিল ৷এনেতে বিপুল শৰ্মাৰ পত্নীক তেওঁলোকে সোন চাফ কৰিব পাৰে বুলি জানিবলৈ দি সোনৰ চেইনডাল আনিবলৈ অনুৰোধ কৰে৷শৰ্মাৰ পত্নীয়ে তেওঁৰ চেইন নাই বুলি কোৱাত আঙুঠি বা অন্য সামগ্ৰী হলেও হব বুলি পতিয়ন নিয়াই সোনৰ আঙুঠি আৰু কানফুলি চাফ কৰাৰ চলৰে কাটি নিয়ে দুয়ো সামগ্ৰীৰ কিছু অংশ৷এই কথা পৰিয়ালে প্ৰত্যক্ষ কৰাত প্ৰবঞ্চক দুজনে পাচশ টকা দি ঘটনাস্থলীৰ পৰা পলায়ন কৰিব বিছাৰিছিল যদিও ৰাইজে কাৰায়ত্ত কৰিবলৈ সক্ষম হয়৷অৱশেষত ঘগ্ৰাপাৰ আৰক্ষীক দুই প্ৰৱঞ্চকক চমজাই দিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi New CM Atishi: आतिशी को CM बनने पर BJP का बड़ा बयान, कहा- Puppet CM of Delhi
Delhi New CM Atishi: आतिशी को CM बनने पर BJP का बड़ा बयान, कहा- Puppet CM of Delhi
Jammu and Kashmir | A major landslide occurred on Budhal Mahore Road, in Reasi District.
Jammu and Kashmir | A major landslide occurred on Budhal Mahore Road, in Reasi District.
Snapdragon 6s Gen 3 Launch: क्वालकॉम का नया मिड-रेंज पावरहाउस; बेस्ट एक्सपीरिंयस की तैयारी
बीते शुक्रवार क्वालकॉम ने मोबाइल के लिए अपने लेटेस्ट प्रोसेसर स्नैपड्रैगन 6s जेन 3 को लॉन्च कर...
তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টিংখাং মহাবিদ্যালয়ৰ সোণালী জযন্তী সমাৰোহ । উদযাপন সমিতিৰ সংবাদমেল ।
ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ একমাত্ৰ চৰকাৰী উচ্চ শিক্ষানুষ্ঠান টিংখাং মহাবিদ্যালয় খনিয়ে...