ডিব্ৰুগড়ত বিপুল আদৰণি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক।হাজাৰ হাজাৰ অনুৰাগীয়ে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত আদৰণি জনাই প্ৰিয় নেতাগৰাকীক।