সোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী বাইক আৰোহী। অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ সৈতে মুখামুখি সংঘর্ষ বাইক আৰোহীৰ। সোণাৰিৰ ৰজাপুখুৰীত AS 30 6476 অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ীয়ে মহতিয়াই নিয়ে TVS APACHE AS04Y 8932 নম্বৰৰ বাইক আৰোহিক। থিতাতে নিহত ৰঞ্জু বুঢ়াগোহাঁই নামৰ সোণাৰিৰ বাইক আৰোহীজন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Hindu mandir in Abu Dhabi : A symbol of Shared heritage of humanity
Hindu mandir in Abu Dhabi : A symbol of Shared heritage of humanity
চাহ জনগোষ্ঠীৰ পৱিত্ৰ কৰম পূজা উপলক্ষে সদৰত সমুহ অসমবাসীলৈ এ জে ৱাই পিৰ শুভেচ্ছা জ্ঞাপন
ধেমাজি,৬ ছেপ্টেম্বৰ: চাহ জনগোষ্ঠীৰ পৱিত্ৰ কৰম পূজা উপলক্ষে সদৰত সমুহ অসমবাসীলৈ এ জে ৱাই পিৰ...
শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু নন্দোৎসৱ- বোকাখেচা ভাওনাৰ তোঁৰণ উন্মোচন বিধায়ক পদ্ম হাজৰিকাৰ
#শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু নন্দোৎসৱ- বোকাখেচা ভাওনাৰ তোঁৰণ উন্মোচন বিধায়ক পদ্ম হাজৰিকাৰ ৷
মাহমৰাৰ চাইচেঙত BJP কৃষক মৰ্চাৰ উদ্যোগত কাতি বিহু উদযাপন, কেবিনেট মন্ত্ৰী যোগেন মহনৰ অংশগ্ৰহন
ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা কৃষক মৰ্চাৰ উদ্যোগত, মাহমৰা মণ্ডল কৃষক মৰ্চা, নিজখালৈঘুগুৰা আৰু...
પેટલાદના ટેલરપુરા પાટિયા પાસે અકસ્માત
પેટલાદ તાલુકાના ધર્મજથી પેટલાદ આવવાના માર્ગ ઉપર ટેલરપુરા પાટિયા પાસે આઇસર ગાડી સાથે અથડાતા...