মৰঙীৰ ফলঙনিৰ বিশিষ্ট সমাজকৰ্মী,সাংস্কৃতিক কৰ্মী, ডা:মেৰাজউদ্দিন আহমেদ, এগৰাকী সৰবৰহি সমাজপ্ৰিয় ব্যক্তি যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে ।তেতিয়াৰ বৰপেটা জিলাৰ ভৱানী পুৰৰ পৰা আহি গোলাঘাট জিলাৰ চিনাতলিত অৱস্হিত ভোগেশ্বৰ দত্ত হোমিও মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ উপৰিও পৰবৰ্তী পৰ্যায়ত অধ্যাপনাও কৰিছিল।পাছত আধাৰ সত্ৰৰ জোৱাই হৈ ফলঙনিৰ,নাহৰবাৰী অঞ্চলত হোমিও চিকিৎসা আৰম্ভ কৰে।ডা:নথকা অঞ্চল টোত তেখেতে দৰিদ্ৰ ৰাইজক নিঃস্বাৰ্থ ভাৱে সেৱা আগবঢ়াইছিল । ।ফলঙনিত প্ৰতিস্থা হোৱা সমাজ কল্যাণ সাংস্কৃতিক সংঘই আয়োজন কৰা প্ৰথম ৰাস উৎসৱত কংসৰ ভাও কৰি সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিছিল।তেখেতৰ বিয়োগত সমগ্ৰ অঞ্চলৰ বাবে এক অপুৰনিয় ক্ষতি । তেখেতৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে । শোক বিহ্বল হৈ পৰিছে সমগ্ৰ ৰাইজ । আজি পুৱা ফলঙনিৰ বালিজান মহজিদতত শেষকৃত সম্পন্ন কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rishabh Pant के वर्ल्ड कप खेलने पर भी लटकी तलवार, भारतीय फैंस के लिए आई दिल तोड़ देने वाली खबर
नई दिल्ली, स्पोर्ट्स डेस्क। ऋषभ पंत की क्रिकेट के मैदान में कब वापसी होगी। इस बारे...
Israel Hamas War: केरल विधानसभा अध्यक्ष शमसीर ने फलस्तीन का किया समर्थन, इजरायली पीएम नेतन्याहू पर साधा निशाना
इजरायल पर हमास के हमले को प्रतिरोध करार देते हुए केरल विधानसभा अध्यक्ष एएन. शमसीर ने कहा कि वह...
વલસાડના કપરાડા તાલુકામાં ટાંકી તૂટીને જમીન દોષ થતા ફળિયાના લોકોમાં ભારે રોષ
વલસાડના કપરાડા તાલુકામાં ટાંકી તૂટીને જમીન દોષ થતા ફળિયાના લોકોમાં ભારે રોષ
મહેસાણા જિલલાનાં વીજાપુર પોલીસ સ્ટેશનમાં દાખલ થયેલ ચોરીનાં ગુન્હામાં નાસતાં-ફરતાં મહિલા આરોપીને ઝડપી લેતી ભાવનગર,
લોકલ ક્રાઇમ બ્રાન્ચ તથા પેરોલ ફર્લો સ્કવોડ
મહેસાણા જિલલાનાં વીજાપુર પોલીસ સ્ટેશનમાં દાખલ થયેલ ચોરીનાં ગુન્હામાં નાસતાં-ફરતાં મહિલા આરોપીને...