নুমলীগড়ৰ কাষৰীয়া মৰঙীৰ ফলঙনিৰ বিশিষ্ট সমাজকৰ্মী,সাংস্কৃতিক কৰ্মী, ডা:মেৰাজউদ্দিন আহমেদ, এগৰাকী সৰবৰহি সমাজপ্ৰিয় ব্যক্তি যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে ।তেতিয়াৰ বৰপেটা জিলাৰ ভৱানী পুৰৰ পৰা আহি গোলাঘাট জিলাৰ চিনাতলিত অৱস্হিত ভোগেশ্বৰ দত্ত হোমিও মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ উপৰিও পৰবৰ্তী পৰ্যায়ত অধ্যাপনাও কৰিছিল।পাছত আধাৰ সত্ৰৰ জোৱাই হৈ ফলঙনিৰ,নাহৰবাৰী অঞ্চলত হোমিও চিকিৎসা আৰম্ভ কৰে।ডা:নথকা অঞ্চল টোত তেখেতে দৰিদ্ৰ ৰাইজক নিঃস্বাৰ্থ ভাৱে সেৱা আগবঢ়াইছিল । ।ফলঙনিত প্ৰতিস্থা হোৱা সমাজ কল্যাণ সাংস্কৃতিক সংঘই আয়োজন কৰা প্ৰথম ৰাস উৎসৱত কংসৰ ভাও কৰি সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিছিল।তেখেতৰ বিয়োগত সমগ্ৰ অঞ্চলৰ বাবে এক অপুৰনিয় ক্ষতি । তেখেতৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে । শোক বিহ্বল হৈ পৰিছে সমগ্ৰ ৰাইজ । আজি পুৱা ফলঙনিৰ বালিজান মহজিদতত শেষকৃত সম্পন্ন কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
TECH NEWS :- आज से Oppo Reno 10 5G की प्री-ऑर्डर बुकिंग शुरू, इन बैंक कार्ड पर मिलेगी 3,000 रुपये की छूट
Oppo Reno 10 5G Price Officially Revealed ओप्पो ने आधिकारिक तौर पर भारत में नए लॉन्च किए गए ओप्पो...
જસદણના સરદાર ચોક ખાતે આમ આદમી પાર્ટી દ્વારા મુખ્યમંત્રી પદના ઉમેદવાર જાહેર થતાં ફટાકડા ફોડી ઉજવણી
જસદણના સરદાર ચોક ખાતે આમ આદમી પાર્ટી દ્વારા મુખ્યમંત્રી પદના ઉમેદવાર જાહેર થતાં ફટાકડા ફોડી ઉજવણી...
অসমৰ গাঁও নহয়, যেন স্কটলেণ্ড অথবা ছুইজাৰলেণ্ডহে - দৃশ্য দেখিলেই জুৰ পৰিব আপোনাৰ মন-প্ৰাণ
◼অসমৰ গাঁও নহয়, যেন স্কটলেণ্ড অথবা ছুইজাৰলেণ্ডহে। দৃশ্য দেখিলেই জুৰ পৰিব আপোনাৰ মন-প্ৰাণ।