দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক জন্মদিন উপলক্ষে আজি পুৱা  ফুলনি চাৰিআলিত দক্ষিণ পূৱ মণ্ডলৰ বিজেপি কাৰ্যকত্তা সকলে স্বচ্ছতাৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ 

পষেকীয়াকৈ বিজেপিয়ে মোদীৰ জন্মদিনত সেৱামুলক কাৰ্যসূচীৰ আয়োজন কৰিছে ৷ আজি স্বচ্ছতাৰ কাৰ্যসূচীত  অৰ্ধশতাধিক  কাৰ্যকত্তা উপস্থিত থাকে ৷