আকৰ্ষণীয় পেকেটত থকা আটা খাই নেকি আপুনি ? তেন্তে সাৱধান হওক। আটাৰ পেকেটত ওলাইছে পোক । গোলাঘাট জিলাৰ খুমটাইৰ এগৰাকী গৃহস্থীয়ে অনা এটা ৰাধা কা ভোগ আটাৰ পেকেটত পোক ওলোৱা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।খুমটাইৰ গেলেকীয়ালৰ সংগীতা বৰুৱা নামৰ মহিলা গৰাকীয়ে স্থানীয় এখন গেলামালৰ দোকানৰ পৰা যোৰহাটৰ ৰাজলক্ষ্মী এ'গ্ৰ ইণ্ডাষ্ট্ৰি নামৰ কোম্পানীটোৱে পেকেজিং কৰা ৰাধা কা ভোগ নামৰ আটাৰ এক কেজি ওজনৰ এটা পেকেট ক্ৰয় কৰি আনি ৰুটি বনাবলৈ লওতেই দেখা পাই কিছু পোক । পাছত আটাৰ সম্পূৰ্ণ পেকেটটো এখন চালনিত চালি দিয়াত পেকেটটোৰ ভিতৰত কিছু মৰা পোক আৰু এটা জীয়াই থকা পোক প্ৰত্যক্ষ কৰে । লগে লগে মহিলা গৰাকীয়ে পৰিয়ালৰ অন্য লোকক আটাৰ পেকেটৰ পৰা পোক ওলোৱাৰ কথা অৱগত কৰে । আনহাতে মহিলা গৰাকী স্বামীয়ে পেকেটটোত থকা ফোন নম্বৰত আটা কোম্পানীটোৰ সৈতে যোগাযোগ কৰাত আটা কোম্পানীৰ কৰ্তৃপক্ষই গৰমৰ দিনত এনে পোক হয় বুলি দায় সৰা মন্তব্য প্ৰদান কৰাৰ লগতে উক্ত আটাৰ পেকটটোৰ সলনি অন্য পেকেট বদলি কৰি আনিবলৈ পৰামৰ্শ আগবঢ়াই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Turbo Charged पेट्रोल इंजन से लैस हैं ये 3 कारें, आपके बजट में बैठेंगी फिट
cheapest Cars with Turbo Charged Engine किफायती कीमत के आने वाली टर्बो चार्ज इंजन से लैस Mahindra...
সোণাৰিত জিলা পৰিষদৰ আঁচনি উদ্বোধন
সোণাৰিত জিলা পৰিষদৰ আঁচনি উদ্বোধন
সোণাৰিৰ নৱজ্যোতি হৰিমন্দিৰৰ প্ৰাংগনত শৌচাগাৰ আৰু চলন্ত...
Sehat Talk with Isha Bhatia Sanan, Ep. 12: How are twins formed?
Sehat Talk with Isha Bhatia Sanan, Ep. 12: How are twins formed?
অভিনেত্ৰী অমৃতাৰ নতুন ব্যতিক্ৰম ৰূপ
মোহময়ী অভিনেত্ৰী অমৃতা গগৈ কিছু ব্যতিক্ৰম ৰূপত।
#thevoiceofchariduar #TVC...