কণ শিশুৰ সাৱলীল অভিনয়ে মুগ্ধ কৰিলে গোলাঘাটৰ মইনাপাৰত ৷ বিশ্বকৰ্মা পূজাৰ উপলক্ষে গোলাঘাটৰ মইনাপাৰত উজ্জ্বলজ্যোতি সংঘৰ সৌজন্যত কণ কণ শিশুসকলৰ দ্বাৰা “মৎস্য অৱতাৰ” নাটখন মঞ্চায়ন কৰা হয় ৷ কণ-কণ শিশুসকলৰ সুন্দৰ অভিনয় চাবলৈ আহিল বহু লোক ৷ আনহাতে মহাপুৰুষীয়া নাটত অভিনয় কৰি একপ্ৰকাৰ আনন্দিত হৈছে এইসকল কণ-কণ শিশু ৷ মুঠতে বিশ্বকৰ্মা পূজাৰ নিশা এইদৰেই কণ-কণ শিশুসকলৰ মনপৰশা অভিনয়ে মুগ্ধ কৰিলে দৰ্শকক ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
How To Lose Fat Fast ! ( Not How You Think !
How To Lose Fat Fast ! ( Not How You Think !
रंग शेवंतीचे!... निमदरी गावात थेट शेतात भरलय विविधरंगी शेवंतीच्या फुलांचे प्रदर्शन.
रंग शेवंतीचे!... निमदरी गावात थेट शेतात भरलय विविधरंगी शेवंतीच्या फुलांचे प्रदर्शन.
গোলাঘাটত অনা অসমীয়া কৰ্মচাৰীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে Flipkart ৰ এজন ডেলিভাৰী বয়
গোলাঘাট বেঙেনাখোৱাত ফ্লীপকাৰ্টৰ কাৰ্য্যালয়ত এজন যুৱকক ফ্লীপকাৰ্টৰ চুপাৰভাইজাৰে মাৰপিত কৰাৰ...
ঔতলাৰ সৰহবৰহী ব্যক্তিৰ মৃত্যু
ঔতলা, দৰং ১২নবেম্বৰ::বৃহত্তৰ ঔতলা অঞ্চলৰ অন্তৰ্গত অকলিবাৰী গাওঁৰ সৰহবৰহী অমায়িক সমাজকৰ্মী ...