কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ আদিবাসী উগ্ৰপন্থী সংগঠন সমূহৰ মাজত স্বাক্ষৰিত হোৱা শান্তি চুক্তিত কি আছে।

 এই সন্দৰ্ভত অসম চাহ জনজাতি সুৰক্ষা সমিতিৰ সভাপতি বলদেৱ তেলীৰ ভাষ্য।