ৰাজ্যৰ বিভিন্ন প্ৰান্তত আধ্যাত্মিক পৰিৱেশৰ মাজেদি ৰাজ্যবাসীয়ে আজি অনুষ্ঠিত কৰিলে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষীয়ে আৰক্ষী থানা চৌহদত অনুষ্ঠিত কৰিলে বিশ্ব খনিকৰৰ বিশ্বকৰ্মা পূজা। মৰাণ আৰক্ষীয়ে আৰক্ষীৰ বাহন সমূহ পূজা কৰাৰ লগতে থানাত থকা সকলো অস্ত্ৰ শস্ত্ৰ বিশ্ব খনিকৰৰ মূৰ্তিৰ ওচৰত দি পূজা অৰ্চনা কৰে। উল্লেখযোগ্য যে মৰাণ থানাৰ আৰক্ষীয়ে প্ৰতিবছৰে এইদৰে থানাৰ অস্ত্ৰ শস্ত্ৰ সমূহ বিশ্ব খনিকৰৰ পূজাৰ দিনা পূজা অৰ্চনা কৰি নেদেখা জনৰ পৰা আৰ্শীবাদ লয়। বহু ঠাইত বিশ্ব খনিকৰৰ পূজাক লৈ আধ্যাত্মিকতাৰ লগতে উশৃংখলতাৰ পৰিবেশ দেখা পোৱা যায় যদিও মৰাণ থানাৰ আৰক্ষী সকলে ৰাইজক নিৰাপত্তা দিয়াৰ মাজতে নিজৰ নিৰাপত্তাৰ বাবে থকা অস্ত্ৰ শস্ত্ৰ সমূহ এইদৰে পূজা অৰ্চনা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Skoda Kylaq Vs Maruti Brezza: इंजन, फीचर्स और कीमत के मामले में कौन सी कॉम्पैक्ट एसयूवी है बेहतर
भारतीय बाजार में Compact SUV सेगमेंट के वाहनों को सबसे ज्यादा पसंद किया जाता है। स्कोडा...
জিলা কৃষি বিভাগৰ উদ্যোগত চৰাইদেউত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অধীনত বাটৰ নাট প্ৰদৰ্শন
চৰাইদেউ জিলা কৃষি বিভাগৰ পৃষ্ঠপোষকতাত মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতনৰ সহযোগিতাত আজি 'আজাদী কা অমৃত...
Jharkhand Political Crisis: JMM प्रवक्ता Manoj Pandey का Babulal Marandi पर तंज | Aaj Tak News
Jharkhand Political Crisis: JMM प्रवक्ता Manoj Pandey का Babulal Marandi पर तंज | Aaj Tak News
লাচিত নগৰত নিৰ্মাণাধীন অট্টালিকাৰ পৰা পৰি মৃত্যু এজন শ্ৰমিকৰ
গুৱাহাটী মহানগৰীৰ লাচিত নগৰত তিনি মহলীয়া অট্টালিকাৰ পৰা পৰি এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।...
ब्लॉक में दो दिवसीय माध्यमिक व उच्च माध्यमिक संस्था प्रधानों की वाकपीठ संगोष्ठी आयोजित
कोटा. सांगोद ब्लॉक में शिक्षा विभाग के संस्था प्रधानों की वाकपीठ संगोष्ठी द्वितीय दिवस का शुभारंभ...