কাকপথাৰত কৰ্তব্যৰত অৱস্থাত চিকিৎসকক প্ৰহাৰ কোনো অচিনাক্ত দূৰ্বৃত্তৰ ৷ কাকাপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা ৷ সন্ধিয়া প্ৰায় সাত বজাত ড° টিকেন্দ্ৰজিত শৰ্মাক এগৰাকী ৰোগীৰ কোনো আত্মীয়ই শাৰীৰিক ভাৱে আক্ৰমণ কৰাৰ অভিযোগ ৷ চিকিৎসক গৰাকীয়ে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷ আৰক্ষীয়ে দূৰ্বৃত্তক বিছাৰি অভিযান অব্যাহত ৰাখিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Israel Hamas War: Gaza में जंग के बीच रहते एक परिवार की दर्दभरी कहानी (BBC Hindi)
Israel Hamas War: Gaza में जंग के बीच रहते एक परिवार की दर्दभरी कहानी (BBC Hindi)
Tirupati Mandir Controversy: BRS के कार्यकारी अध्यक्ष K T Rama Rao की CM Chandrababu Naidu से मांग
Tirupati Mandir Controversy: BRS के कार्यकारी अध्यक्ष K T Rama Rao की CM Chandrababu Naidu से मांग
કેશોદ : વહીવટી તંત્ર દ્વારા ધ્વજવંદન કાર્યક્રમનું કરાયું રિહર્સલ
કેશોદ : વહીવટી તંત્ર દ્વારા ધ્વજવંદન કાર્યક્રમનું કરાયું રિહર્સલ