যি সময়ত এটা চাকৰিৰ বাবে সকলোৱে আকুলতাৰে বাট চাই ৰৈছে,ঠিক একে সময়তে জয়শ্ৰী বৰা ফুকন নামৰ এইগৰাকী মহিলাই এক কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ খুলি গাঁৱৰ যুৱক-যুৱতীসকলক কম্পিউটাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। হাৱাজান চেংমৰাৰ নিবাসী এইগৰাকী মহিলাই এতিয়া এনে কামৰ বাবে সৰ্বসাধাৰণৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । কিছু ব্যতিক্ৰমী চিন্তাধাৰাৰে বিশ্বকৰ্মা পূজাৰ দিনা আৰম্ভণি কৰিছে এই প্ৰশিক্ষণ কেন্দ্ৰটি। তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লৈ ঘৰতে চাকৰি পোৱাৰ আশাত বঢ়ি নাথাকি নিজ স্বামী অৰূপ ফুকনৰ সহযোগত এই প্রতিষ্ঠানটি শুভাৰম্ভণি কৰিছে আৰু উক্ত অনুষ্ঠানটি শুভাৰম্ভ কৰাৰ দিনাই প্রায় ২০ ৰ পৰা ২৫ গৰাকী শিক্ষাৰ্থী এই প্ৰশিক্ষণ চেণ্টাৰত নামভৰ্তি কৰিছেহি। যুৱক-যুৱতী সকলৰ উচ্ছুকতা দেখি মহিলাগৰাকীয়ে বিশ্বকৰ্মা পূজাৰ দিনা নামভৰ্ত্তি মাচুল আৰু ৰেগুষ্ট্ৰেচন মাছুলসমূহ নাইকিয়া কৰি দিয়াত আৰু অধিক যুৱক-যুৱতীৰ এতিয়া লানি নিছিগা সোঁত বৈছে চেংমৰা স্থিত এই প্ৰশিক্ষণ শিবিৰটোলৈ । যাৰ বাবে আজিৰ দিনটোতো মহিলাগৰাকীয়ে শিক্ষাৰ্থীসকলৰ লগত একেলগে বঢ়ি শিক্ষা প্ৰদান কৰা পৰিলক্ষিত হৈছে। আনহাতে মহিলাগৰাকীৰ এনে কাৰ্যত এতিয়া অনুষ্ঠানটোলৈ অহা ছাত্ৰ-ছাত্ৰীয়েও মহিলাগৰাকীক ভূয়সী প্ৰশংসা কৰা দেখা পোৱা যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নাওবৈছাত ছিলনী চোৰৰ উপদ্ৰৱ।পথচাৰীৰ হাতৰ পৰা মোবাইল কাঢ়ি পলায়নৰ চেষ্টা
নাওবৈছাত ছিলনী চোৰৰ উপদ্ৰৱ।পথচাৰীৰ হাতৰ পৰা মোবাইল কাঢ়ি পলায়নৰ চেষ্টা।#a7nrwsassam
নাওবৈছাত...
यात्रेला 300 वर्षाची परंपरा अंबाजी- लिंबाजी मुख्य यात्रेला सुरुवात
यात्रेला 300 वर्षाची परंपरा अंबाजी- लिंबाजी मुख्य यात्रेला सुरुवात
સાવરકુંડલા તાલુકાના મઢડા ગામમાં આજરોજ તિરંગા યાત્રા
અમરેલી જિલ્લાના સાવરકુંડલા તાલુકાના મઢડા ગામમાં આજરોજ તિરંગા યાત્રા અંતર્ગત કાર્યકમ યોજાયો હતો...
રાધનપુર ખાતે વેપારીઓનું ઉગ્ર આંદોલન
#buletinindia #gujarat #patan
બાલુબા એલુમની એસોસિએશન દ્વારા જય વસાવડાનો ભણતર ઘડતર અને જીવતરનો કાર્યક્રમ યોજાયો #jayvasavda
બાલુબા એલુમની એસોસિએશન દ્વારા જય વસાવડાનો ભણતર ઘડતર અને જીવતરનો કાર્યક્રમ યોજાયો #jayvasavda