মৰাণ হাট খোলাৰ পৰা।সন্ধানহীন হৈআছে কৃষ্ণ চাহু। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গগ হাট খোলা নিবাসী কমল।চাহু আৰু মৰমী চাহুৰ পুত্ৰ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ কৃষ্ণ চাহু ১৫ ছেপ্তেম্বৰৰ পুৱাৰ ৮-৩০ বজাৰ পৰা সন্ধানহীন হৈ আছে। পৰিয়াল বৰ্গই এই সন্দৰ্ভত মৰাণ আৰক্ষী থানাত আজি পুত্ৰৰ নিৰুদ্দেশৰ গোচৰ দিয়াৰ লগতে ৰাইজকো পুত্ৰৰ সন্ধান দিবলৈ আহ্বান জনাইছে। মৰাণ আৰক্ষীয়ে ইতিমধ্যে ছাত্ৰ কৃষ্ণ চাহুৰ অনুসন্ধান আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आजाद समाज पार्टी (भीम आर्मी) में जितेन्द्र कुमार बैरवा को केशोरायपाटन विधानसभा अध्यक्ष नियुक्त किया।*
*आजाद समाज पार्टी (भीम आर्मी) में जितेन्द्र कुमार बैरवा को केशोरायपाटन विधानसभा अध्यक्ष नियुक्त...
કોગ્રેસી યુવા નેતા કિસન પલાસને દાહોદ બેઠક પરથી ટીકીટ નહી આપવામા આવેતો અપક્ષ લડવાની અટકલોએ પકડ્યુ જોર
કોગ્રેસી યુવા નેતા કિસન પલાસને દાહોદ બેઠક પરથી ટીકીટ નહી આપવામા આવેતો અપક્ષ લડવાની અટકલોએ પકડ્યુ જોર
दिल्ली की सड़कों से उठाए जा रहे पुराने वाहन, कहीं आपकी भी गाड़ी तो लिस्ट में नहीं?
दिल्ली, दिल्ली परिवहन विभाग ने उम्र पूरी कर चुके वाहनों पर कार्रवाई की है। जानकारी के...
કાંકરેજ ના ખીમાણાં શિહોરી હાઇવે પર ટ્રેલર ની ટકકરે યુવકનું મોત
કાંકરેજ ના ખીમાણાં શિહોરી હાઇવે પર ટ્રેલર ની ટકકરે યુવકનું મોત