🛑যোৰহাটত পুনৰ হাতে-লোটে গ্ৰেপ্তাৰ ঘোচখোৰ বিষয়া।  

🛑ফাৰ্মাচীৰ লাইচেন্সৰ বাবে ঘোচ বিচাৰিছিল জাহ্নৱী কলিতাই। 

🛑উৎকোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।