অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে আজি চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰাকৃতিক দুৰ্যোগৰ ফলত প্ৰাণ হেৰুৱা ১৭ গৰাকী লোকৰ নিকটাত্মীয়ক এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে কেইগৰাকীমান হিতাধিকাৰীৰ মাজত মাটিৰ পট্টা বিতৰণ কৰে। এই উপলক্ষে উপায়ুক্ত পল বৰুৱাৰ পৌৰহিত্যত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰী যোগেন মহনৰ লগতে উপায়ুক্ত পল বৰুৱাই ভাষণ দিয়ে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अन्नतपुरा बस्ती में भरा देर रात पानी
कोटा में शनिवार देर रात अनंतपुर बस्ती में भरा पानी आनन फानन में लोगों ने जो बचा सकते थे बचाया और...
Army commander calls on Arunachal Governor
Lieutenant General Rana Pratap Kalita, UYSM, AVSM, SM, VSM, General Officer Commanding-in-Chief,...
India records 3,962 fresh Covid infections, active caseload at 36,244
India on Thursday reported 3,962 new Covid-19 cases in the last 24 hours, taking the total tally...