অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে আজি চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰাকৃতিক দুৰ্যোগৰ ফলত প্ৰাণ হেৰুৱা ১৭ গৰাকী লোকৰ নিকটাত্মীয়ক এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে কেইগৰাকীমান হিতাধিকাৰীৰ মাজত মাটিৰ পট্টা বিতৰণ কৰে। এই উপলক্ষে উপায়ুক্ত পল বৰুৱাৰ পৌৰহিত্যত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰী যোগেন মহনৰ লগতে উপায়ুক্ত পল বৰুৱাই ভাষণ দিয়ে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गेमिंग एक्सपीरियंस उम्दा करने आ रही Realme 13 5G सीरीज, परफॉर्मेंस मिलेगा दमदार, 29 को लॉन्च
Realme 13 सीरीज 29 अगस्त को दोपहर 12 बजे भारत में लॉन्च होगी। सीरीज के प्रोसेसर के बारे में डिटेल...
સાવધાન, આવી ભૂલ જીવ લઈ લેશે : એક નાની ભૂલ ભારે પડી, મહેસાણા સીટી બસ અકસ્માતનો જુઓ CCTV
મહેસાણા શહેરની પાલવાસણા ચોકડી પાસે એક મહિલા પોતાની પુત્રી સહિત બસમાંથી ઉતરવા જઈ રહી હતી. ત્યારે...
সোণাৰিত অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা
সোণাৰিত অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ চতুৰ্থ লানি বৈঠক আৰম্ভ। চৰাইদেউ...