দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২ সংখ্যক জন্ম দিনৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণ সমষ্টিৰ অন্তৰ্গত খোৱাং উন্নয়ন খণ্ডৰ এলেকাত " অমৃত সৰোবৰ " আচনিৰ অধীনত নিৰ্মাণ হবলগীয়া সাত খন অমৃত সৰোবৰ আচনিৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে। উক্ত এই শুভাৰম্ভণি অনুষ্ঠানত খোৱাং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পলাশ ৰঞ্জন হাজৰিকাৰ লগতে কেইবাটাও পঞ্চায়তৰ সভাপতি/ সভানেত্ৰীৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী আবাস যোজনা (আচনি) ৰ অধীনত ৰাজ্যত নিৰ্মাণ হবলগা এক লাখ গৃহ নিৰ্মাণ কাৰ্যৰ ভিতৰত খোৱাং উন্নয়ন খণ্ডৰ অধীনৰ বাৰখন গাওঁপঞ্চায়তৰ ১৬২ টা গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে বিধায়ক চক্ৰধৰ গগৈয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নুমলীগড়ৰ মৰঙিত বিধায়ক বিশ্বজিত ফুকনৰ পথ নিৰ্মাণৰ শুভাৰম্ভ আচঁনি উদ্বোধন ৷
নুমলীগড়ৰ মৰঙিত বিধায়ক বিশ্বজিত ফুকনৰ পথ নিৰ্মাণৰ শুভাৰম্ভ আচঁনি উদ্বোধন ৷
মৰঙিত সৰুপথাৰ সমষ্টিৰ...
Sagar Thakur EXCLUSIVE: पीड़ित सागर ठाकुर ने आजतक से बातचीत में Elvish Yadav को लेकर किए बड़े खुलासे
Sagar Thakur EXCLUSIVE: पीड़ित सागर ठाकुर ने आजतक से बातचीत में Elvish Yadav को लेकर किए बड़े खुलासे
দৰঙৰ দুনীত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে উলিওৱা হয় ভাগৱত শোভাযাত্ৰা
পশ্চিম দৰঙৰ দুনীত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে উলিওৱা...
গীতৰ তালে তালে ৰাজপথত চাইকেলত উঠি নৃত্য এজন লোকৰ।
গীতৰ তালে তালে ৰাজপথত চাইকেলত উঠি নৃত্য এজন লোকৰ।
गृप ग्राम पंचायत उबंरखेडा च्या वतिने मराठवाड़ा मुक्ति संग्राम दिनानिमीत्त झेडा वंदन
कन्नड़ तालुक्यातिल आदर्श वसाहत सातकुड व उबंरखेडा या दोन गावातिल गृप ग्राम पंचायत च्या वतिने आज़...