মৰিগাঁও মহাবিদ্যালয়ৰ নবাগত আদৰণি সভাত হাতত গীটাৰ লৈ উপায়ুক্তৰ সুৰৰ মুৰ্চানা । কমদিনতে এগৰাকী প্ৰশাসনিক বিষয়া মৰিগাঁওবাসীৰ বাবে হৈ পৰিছে আপোন। ভাৰতীয় প্ৰশাসনিক সেৱাৰ এইগৰাকী জনপ্ৰিয় উপায়ুক্ত মাত্ৰ কেইদিনমানৰ পূৰ্বেহে মৰিগাঁৱত যোগদান কৰিছে। কিন্তু উপায়ুক্ত দেৱাশীষ শৰ্মাৰ কামকাজে মৰিগাঁওবাসীক বাৰুকৈয়ে আকৃষ্ট কৰিছে। শেহতীয়াকৈ মৰিগাঁও মহাবিদ্যালয়ৰ নবাগত আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠানত নিজে গীতাৰ বজাই সুুুন্দৰকৈ গীত পৰিবেশন কৰা কাৰ্যই ছাত্ৰছাত্ৰী সকলৰ মাজত তুমুল জনপ্ৰিয় হৈ পৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
যোৰহাটত অক্ষয় পাত্ৰ ফাউণ্ডেশ্বনৰ ৬৫ সংখ্যক ৰান্ধনী শাল উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
যোৰহাটত অক্ষয় পাত্ৰ ফাউণ্ডেশ্বনৰ ৬৫ সংখ্যক ৰান্ধনী শাল উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Shahrukh Khan ने fan को बताया फ्री में Dunki देखने का Secret l Sara Ali Khan l Alia Bhatt
Shahrukh Khan ने fan को बताया फ्री में Dunki देखने का Secret l Sara Ali Khan l Alia Bhatt
एपल ने शुरू किया Back to School 2024 कैंपेन, मेडिकल छात्रों की हो रही मदद
इस बार एपल के Back to School 2024 कैंपेन में भारत के नागपुर में सरकारी मेडिकल कॉलेज के मेडिकल...