প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২ সংখ্যক জন্মদিন উপলক্ষে আৰম্ভ কৰা সেৱা পষেকৰ অংশস্বৰূপে পানবাৰী বড়ীজ্যোতি প্ৰাথমিক বিদ্যালয়ত ভাৰতীয় জনতা যুৱ মৰ্চা নাৰায়ণপুৰ নগৰ মণ্ডলৰ উদ্যোগত তেজ পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। ভাৰতীয় জনতা যুৱ মৰ্চা নাৰায়ণপুৰ নগৰ মণ্ডলৰ সভাপতি মানস বৰাই আঁত ধৰা শিবিৰটো বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড• অমিয় কুমাৰ ভূঞাই উদ্ধোধন কৰে। বিধায়কগৰাকীক সংগ দিয়ে দিয়ে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ অধক্ষ্য বিষ্ণু দেউৰী,ভাৰতীয় জনতা যুৱ মৰ্চা নাৰায়ণপুৰ নগৰ মণ্ডলৰ সামাজিক মাধ্যমৰ সংযোজক ভাস্কৰ হাজৰিকাকে ধৰি বহুকেইজন জেষ্ঠ বিজেপি নেতাই। শিবিৰটোত প্ৰায় শতাধিক লোকক তেজ পৰীক্ষা কৰে নাৰায়ণপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ লেৱটৰী টেকনিচিয়ান পূজাশ্ৰী বৈশ্যই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભારે વરસાદથી નર્મદા જિલ્લામાં આવેલા સરદાર સરોવર ડેમની જળસપાટીમાં વધારો
ઉપરવાસમાં આવેલા ઈન્દિરા સાગર ડેમમાં પુષ્કળ પ્રમાણમાં પાણીની આવક થઈ રહી છે. જેને લઈને ડેમમાંથી વધુ...
ધ્રાંગધ્રાના સોલડી ગેસપંપ નજીક છોટાહાથી અને એસ.ટી બસ વચ્ચે અકસ્માત સર્જાયો ડ્રાઈવરનું ઘટના સ્થળે મોત
ધ્રાંગધ્રાના સોલડી ગેસપંપ નજીક છોટાહાથી અને એસ.ટી બસ વચ્ચે અકસ્માત સર્જાયો ડ્રાઈવરનું ઘટના સ્થળે મોત
સેવાભાવી અને પ્રેમાળ સ્વભાવ ધરાવતા કનુભાઈ બારૈયાને મળી રહ્યો છે સારો પ્રતિસાદ જુઓ
સેવાભાવી અને પ્રેમાળ સ્વભાવ ધરાવતા કનુભાઈ બારૈયાને મળી રહ્યો છે સારો પ્રતિસાદ જુઓ
Why did gunner Desai Mohan kill 4 colleagues at Bathinda army base
An Indian Army jawan, who was the only eyewitness in the Bathinda Military Station firing case,...
মৰাণ হাট খোলাৰ পৰা সন্ধানহীন অষ্টম শ্ৰেণীৰ ছাত্ৰ কৃষ্ণ চাহু।
মৰাণ হাট খোলাৰ পৰা।সন্ধানহীন হৈআছে কৃষ্ণ চাহু। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ...