প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি দেশৰ ১৮৫০ পৌৰসভাৰ মাজত আজিৰে পৰা অনুষ্ঠিত হোৱা ইন্ডিয়ান স্বচ্ছতা লীগ নাৰায়ণপুৰ পৌৰসভাতো অনুষ্ঠিত কৰা হৈছে ৷ আজি সোত্তৰ তাৰিখৰ পৰা দুই অক্টোবৰলৈকে অনুষ্ঠিত হ’ব লগীয়া এই লীগত নাৰায়ণপুৰ পৌৰ এলেকাসমুহ পৰিস্কাৰ পৰিচ্ছন্ন কৰি তোলা হ’ব ৷ প্লাষ্টিক মুক্ত আৰু জাঁৱৰ জোথৰ মুক্ত নাৰায়ণপুৰ গঢ়ি তুলিবলৈ পৌৰসভা খনে আজিৰে পৰা আৰম্ভ কৰিছে চাফাই অভিযান ৷ ৰেলী কৰি অভিযান আৰম্ভ কৰাৰ মাজতে নগৰ খন পৰিস্কাৰ কৰি ৰাখিবলৈ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ফুলৰ থোপা দিয়া হৈছে ৷ দেশৰ ১৮৫০ খন পৌৰসভাৰ মাজত অনুষ্ঠিত হৈছে ইন্ডিয়ান স্বচ্ছতা লীগ প্ৰতিযোগিতা ৷ আজি নাৰায়ণপুৰ পৌৰসভাই প্ৰতিনিধি কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীক লৈ অনুষ্ঠিত কৰে স্বচ্ছতা লীগ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
GST Latest Update | कैसे सुघारे E-Invoice की गलती? | TAX Guru | Accountant | Income Tax Return
GST Latest Update | कैसे सुघारे E-Invoice की गलती? | TAX Guru | Accountant | Income Tax Return
યાત્રાધામ ડાકોર ખાતે શ્રીજીના 867 વર્ષ પૂર્ણ થતા દિવ્ય અવસરને ભક્તિ ભાવ અને ધામધુમથી ઉજવણી કરાઇ
યાત્રાધામ ડાકોર ખાતે શ્રીજીના 867 વર્ષ પૂર્ણ થતા દિવ્ય અવસરને ભક્તિ ભાવ અને ધામધુમથી ઉજવણી કરાઇ
કચ્છીમાડુઓ માટે ઐતિહાસિક ક્ષણ
કચ્છ શાખા નહેરના લોકાર્પણથી ૧૮૨ ગામોના કુલ ૧,૧૨,૭૭૮ હેક્ટર વિસ્તારને મળશે પિયતનો લાભકચ્છ જિલ્લાના...
ઇદે મિલાદ પર્વે વિઝન ફાઉન્ડેશન દ્વારા પ્રસૃતિ મહિલાઓને ફ્રુટ કીટનું વિતરણ કર્યું.
ખંભાતમાં ઇદે મિલાદ પર્વે વિઝન ફાઉન્ડેશન દ્વારા પ્રસૃતિ મહિલાઓને ફ્રુટ કીટનું વિતરણ કર્યું...