প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি দেশৰ ১৮৫০ পৌৰসভাৰ মাজত আজিৰে পৰা অনুষ্ঠিত হোৱা ইন্ডিয়ান স্বচ্ছতা লীগ নাৰায়ণপুৰ পৌৰসভাতো অনুষ্ঠিত কৰা হৈছে ৷ আজি সোত্তৰ তাৰিখৰ পৰা দুই অক্টোবৰলৈকে অনুষ্ঠিত হ’ব লগীয়া এই লীগত নাৰায়ণপুৰ পৌৰ এলেকাসমুহ পৰিস্কাৰ পৰিচ্ছন্ন কৰি তোলা হ’ব ৷ প্লাষ্টিক মুক্ত আৰু জাঁৱৰ জোথৰ মুক্ত নাৰায়ণপুৰ গঢ়ি তুলিবলৈ পৌৰসভা খনে আজিৰে পৰা আৰম্ভ কৰিছে চাফাই অভিযান ৷ ৰেলী কৰি অভিযান আৰম্ভ কৰাৰ মাজতে নগৰ খন পৰিস্কাৰ কৰি ৰাখিবলৈ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ফুলৰ থোপা দিয়া হৈছে ৷ দেশৰ ১৮৫০ খন পৌৰসভাৰ মাজত অনুষ্ঠিত হৈছে ইন্ডিয়ান স্বচ্ছতা লীগ প্ৰতিযোগিতা ৷ আজি নাৰায়ণপুৰ পৌৰসভাই প্ৰতিনিধি কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীক লৈ অনুষ্ঠিত কৰে স্বচ্ছতা লীগ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विद्याथ्याचे वर्गातिल जागेवरुन भाडण
लाथाबुक्क्यानी बेदम मारहाण उपचारा दरम्यान मृत्यु
सातवीमध्ये शिकणाऱ्या दोन विद्यार्थ्यांचे वर्गातील जागेवरून भांडण झाले. भांडणानंतर वर्गाबाहेर...
ડીસા પાટણ હાઈવે પર આજે હિટ એન્ડ રનની ઘટના સામે આવી
ડીસા પાટણ હાઈવે પર આજે હિટ એન્ડ રનની ઘટના સામે આવી
અમદાવાદ ખાતે ખાખી ગરબા નું આયોજન વિષે શું કહ્યું આયોજકો અને પોલીસ અધિકારી શ્રી ઓ એ જુઓ આ રિપોર્ટમાં.
અમદાવાદ ખાતે ખાખી ગરબા નું આયોજન વિષે શું કહ્યું આયોજકો અને પોલીસ અધિકારી શ્રી ઓ એ જુઓ આ રિપોર્ટમાં.
नयापुरा थाना क्षेत्र में तेज आंधी चलने से एमबीएस रोड के किनारे लगा हुआ वृक्ष गिरा
कोटा नयापुराथान क्षेत्र नयापुरा एमबीएस अस्पताल के पास हॉकीआंधी के चलते भारी भरकम पेड़ गिर गया...
মঙলদৈত নতুন সংযোজন GO GAS
ব্যক্তিগত খণ্ডৰ LPG চিলিণ্ডাৰৰ নতুন ব্যৱসায় আৰম্ভণি ৷
মঙলদৈত নতুন সংযোজন GO GAS>> .
ব্যক্তিগত খণ্ডৰ LPG চিলিণ্ডাৰৰ নতুন ব্যৱসায় আৰম্ভণি...