উৎকোচ লোৱাৰ সময়ত পুনৰ গ্ৰেপ্তাৰ এগৰাকী বিষয়া
📌 পুনৰ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল ঘোচখোৰ বিষয়া। যোৰহাটত ফাৰ্মাচীৰ লাইচেন্সৰ বাবে ঘোচ বিচাৰিছিল জাহ্নৱী কলিতা নামৰ এইগৰাকী বিষয়াই। উৎকোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।


উৎকোচ লোৱাৰ সময়ত পুনৰ গ্ৰেপ্তাৰ এগৰাকী বিষয়া