গোলাঘাটৰ বিভিন্ন প্ৰান্তত বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা উদযাপন।

গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট নগৰতো উলহমালহেৰে উদযাপন কৰা হয় বিশ্বৰ খনিকৰ বিশ্বকৰ্মা পূজা।

গোলাঘাটৰ মটৰ শ্ৰমিক সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা বিশ্বকৰ্মা পূজা উপলক্ষে নেগেৰা নাম অনুষ্ঠিত কৰা হয়।