দূৰ্গা পূজাৰ প্ৰাকক্ষণত সোণাৰিত মাৰণাস্ত্ৰসহ এজনক আটক। আটকাধীন লোকজনৰ নাম খঞ্জন নাথ। খঞ্জন নাথৰ ঘৰ বৰপেটা জিলাৰ ফুলগুৰিত বুলি জানিব পৰা গৈছে । আটকাধীন লোকজনৰ পৰা এটা চেমছাং মোবাইল, এটা ৭.৬৫ এম এম পিষ্টল, এটা মেগজিন, তিনি জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিছে আৰক্ষীয়ে। অসম আৰক্ষী আৰু সেনাৰ তহলদাৰী দলে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই সোণাৰি-নামতোলা পথৰ টাওকাক অঞ্চলত থকা এটা শিলৰ ক্ৰেচাৰৰপৰা আটক কৰে লোকজনক। আলফা স্বাধীনৰ লগত যোগসূত্ৰ থকাৰ সন্দেহ আটকাধীন লোক জনৰ বিৰুদ্ধে। সম্প্ৰতি সোণাৰি আৰক্ষী থানাত সোধপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પહેલી ઓક્ટોબર સામાજિક એકતા જાગૃતિ મિશન છાપી ખાતે યોજાયો
પહેલી ઓક્ટોબર સામાજિક એકતા જાગૃતિ મિશન છાપી ખાતે યોજાયો
Gold Silver Price Today: Diwali के बाद कितना सस्ता हुआ सोना-चांदी, जानें नई कीमत | Gold Price Rate
Gold Silver Price Today: Diwali के बाद कितना सस्ता हुआ सोना-चांदी, जानें नई कीमत | Gold Price Rate
મહેસાણા જિલ્લાના મતદારોને જિલ્લા કલેકટર દ્વારા ચૂંટણીલક્ષી જરૂરી માહિતી આપી@live24newsgujarat
મહેસાણા જિલ્લાના મતદારોને જિલ્લા કલેકટર દ્વારા ચૂંટણીલક્ષી જરૂરી માહિતી આપી@live24newsgujarat
২৫ ডিচেম্বৰত অনাতাঁৰ মৰম পৰিয়ালৰ চৰ্তুদশ প্ৰতিষ্ঠা দিৱস ; মানস প্ৰতীম শৰ্মালৈ "শ্ৰোতা প্ৰেৰণা বঁটা-২০২৩" আৰু বৰ্ষৰ শ্ৰেষ্ঠ "অনাতাঁৰ শ্ৰোতাবন্ধু বঁটা-২০২৩" ধেমাজিৰ জয়বৰ পাংগিং আৰু সোণাৰাম লালুঙলৈঃ
বিকাশ শইকীয়া , মাজুলীঃ ১৮ ডিচেম্বৰঃ ২৫ ডিচেম্বৰত অনাতাঁৰ মৰম পৰিয়ালৰ চৰ্তুদশ প্ৰতিষ্ঠা দিৱস ;...