গোলাঘাট নগৰৰ হস্পিতেল ৰোডৰ নিবাসী, প্ৰয়াত তৰুণ বৰঠাকুৰৰ পত্নী তথা সৰবৰহী ধৰ্মপ্ৰাণা মহিলা অৰুণা বৰঠাকুৰৰ শুক্ৰবাৰে নিশা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৫ বছৰ। বৰঠাকুৰৰ মৃত্যুত এতিয়া সমগ্ৰ নগৰখনতে গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত বৰঠাকুৰে পুত্ৰ-কন্যাসহ বহু আত্মীয়-স্বজনক এই সংসাৰত এৰি গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पुराने कैडर के शिक्षको ने प्रदेश के मुख्यालयों पर एक साथ सौंपे ज्ञापन
पुराने कैडर के शिक्षको ने प्रदेश के 52 जिला मुख्यालयों पर एक साथ सौंपे ज्ञापन
...
बाहर निकले हुये दांत को इन तरीकों से अंदर करें | Outward Proclined Teeth problem and solution |
बाहर निकले हुये दांत को इन तरीकों से अंदर करें | Outward Proclined Teeth problem and solution |
ગોધરા આર.ટી.ઓ.કચેરીના અધિકારી એમ.આર.ગજ્જર સહિત ૪ ઇન્સ્પેકટરોની બદલી.
ગોધરા આર.ટી.ઓ. કચેરીમાં ફરજ બજાવતા આર.ટી.ઓ.અધિકારી એમ.આર.ગજ્જરની બદલી સુરત આર.ટી.ઓ.કચેરી ખાતે...
Car engine tips: गाड़ी में फ्यूल पंप खराब होने पर देता है ये संकेत, समय से करवाएं ठीक नहीं तो होता है नुकसान
अक्सर लोग अपनी कार को लेकर परेशान रहते हैं। गाड़ी में किसी भी तरह की परेशानी आती है तो वह...
পথ নে পুখুৰী ধৰিবহে নোৱাৰি।
নাজিৰাৰ ঐতিহাসিক নগা আলিৰ জৰাজীৰ্ণ অৱস্থাই যমৰ যান্ত্ৰনা ভোগাইছে ৰাইজকনা , নাজিৰা নগৰ সংযোগী...